ETV Bharat / state

জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী - সময়সূচী

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে NRCৰ পুনৰীক্ষণৰ নামত হাৰাশাস্তিৰ ঘটনা ৷ জনীয়াত পুনৰীক্ষণৰ সময়সূচীৰ চাৰি ঘণ্টা পলমকৈ পালে জাননী ৷ 1 বজাত উপস্থিত হ'ব লগা জাননী পালে সন্ধিয়া 6 বজাত ৷ এনে হাৰাশাস্তিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷

জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী
author img

By

Published : Aug 6, 2019, 2:33 PM IST

জনীয়া, ০৬ আগষ্ট: এন আৰ চিৰ পুনৰীক্ষণৰ নিৰ্ধাৰিত সময়সূচীৰ চাৰি ঘন্টা পিছত জাননী পালে জনীয়াৰ ভাতকুছিত একাংশ ৰাইজে ৷ এন আৰ চিৰ নামত হাৰাশাস্তি বন্ধ কৰি চৰকাৰে ভূক্তভোগী ৰাইজক গুলিয়াই মৰাৰ আহ্বান ভুক্তভোগিৰ।

জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত সম্প্ৰতি বিৰাজ কৰিছে এন আৰ চি আতংকই। বৰপেটাৰ ভাতকুছিৰ গাঁৱৰ পৰা যোৰহাট জিলাৰ তিতাবৰ, কামৰূপ জিলাৰ বাইহাটা, শিবসাগৰ আদি ঠাইলৈ পুনৰীক্ষণৰ বাবে উপস্থিত হ'বলৈ একাংশ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু জাননীপ্ৰাপ্ত লোকসকলক পুনৰীক্ষণৰ বাবে ৫ আগষ্টৰ দিনৰ ১ বজাত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছেল যদিও লোকসকলে জাননী লাভ কৰে ৬ বজাত। এই ক্ষেত্ৰত ভুক্তভোগীয়ে এক গভীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে। এনে হাৰাশাস্তি দিয়াতকৈ চৰকাৰে ভূক্তভোগী ৰাইজক শাৰীপাতি থিয় কৰাই গুলিয়াই মাৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
ETV BHARAT ASSAM

Intro:slug: as_jania_06aug_protest_for_nrc_hearing_vis2+byt4+pho1_spl_pkg_story_asc10058

জনীয়া, ০৬ আগষ্ট: এন আৰ চিৰ পুনৰীক্ষণৰ সময়সূচীৰ চাৰি ঘন্টা পিছত জাননী প্ৰাপ্তক লৈ জনীয়াৰ ভাতকুছিত তীব্ৰ আতংক। এন আৰ চিৰ নামত হাৰাশাস্তি বন্ধ কৰি চৰকাৰে ভূক্তভোগী ৰাইজক গুলিয়াই মৰাৰ আহ্বান ভুক্তভোগিৰ।Body:slug: as_jania_06aug_protest_for_nrc_hearing_vis2+byt4+pho1_spl_pkg_story_asc10058

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত সম্প্ৰতি বিৰাজ কৰিছে এন আৰ চি আতংকই। বৰপেটাৰ ভাতকুছিৰ গাঁৱৰ পৰা যোৰহাট জিলাৰ তিতাবৰ, কামৰূপ জিলাৰ বাইহাটা, শিবসাগৰ আদি ঠাইলৈ পুনৰীক্ষণৰ বাবে উপস্থিত হ'বলৈ একাংশ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু জাননীপ্ৰাপ্ত লোকসকলক পুনৰীক্ষণৰ বাবে ৫ আগষ্টৰ দিনৰ ১-০০বজাত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে যদিও ১-০০ বজাত উপস্থিত হ'বলগীয়া পুনৰীক্ষণৰ জাননী প্ৰাপ্ত হয় একে তাৰিখত সন্ধিয়া ৬-০০ বজাত। এই ক্ষেত্ৰত ভুক্তভোগিয়ে এক গভীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এনে হাৰাশাস্তি দিয়াতকৈ চৰকাৰে ভূক্তভোগী ৰাইজক শাৰীপাতি থিয় কৰাই গুলিয়াই মাৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।Conclusion:slug: as_jania_06aug_protest_for_nrc_hearing_vis2+byt4+pho1_spl_pkg_story_asc10058

বাইট: ভূক্তভোগী ৰাইজ আৰু এ পি এল ও।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.