জনীয়া, 18 আগষ্ট : জনীয়াত বলিছে উপ- নিৰ্বাচনৰ গৰম বতাহ । কি কংগ্ৰেছ, কি এ ইউ ডি এফ, কি বিজেপি অথবা চি পি আই (এম) সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ ভোটৰ সমীকৰণ আৰম্ভ কৰাৰ সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰাৰ্থী কেন্দ্ৰীক ভিৰ । ঠিক এনে সময়ত চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছাসেৱী অৱসৰ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত মাৰাথান দৌৰত অৱতীৰ্ণ হৈছে কলগাছিয়াৰ এজন চাকৰিয়াল লোক । কলগাছিয়াৰ বাসিন্দা ডক্টৰ আৰশ্বাদ আহমেদে বিষয় শিক্ষকৰ চাকৰিৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি দেওবাৰে কলগাছিয়াত এক সংবাদ মেলৰ আয়োজন কৰে । ব্যক্তি গৰাকীয়ে দলৰ হাই কমাণ্ডৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰি টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে ৷ লগতে গৰাখহনীয়া সমস্যা, ডি ভোটৰ সমস্যা আদি সমাধানৰ বাবে তেওঁ সংগ্ৰাম গঢ়ি তুলিব বুলি সংবাদ মেলত সদৰী কৰে ।
কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ সংবাদমেল - CPIM
কলগাছিয়াৰ বাসিন্দা ডক্টৰ আৰশ্বাদ আহমেদে বিষয় শিক্ষকৰ চাকৰিৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি দেওবাৰে কলগাছিয়াত এক সংবাদ মেলৰ আয়োজন কৰে ৷
জনীয়া, 18 আগষ্ট : জনীয়াত বলিছে উপ- নিৰ্বাচনৰ গৰম বতাহ । কি কংগ্ৰেছ, কি এ ইউ ডি এফ, কি বিজেপি অথবা চি পি আই (এম) সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ ভোটৰ সমীকৰণ আৰম্ভ কৰাৰ সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰাৰ্থী কেন্দ্ৰীক ভিৰ । ঠিক এনে সময়ত চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছাসেৱী অৱসৰ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত মাৰাথান দৌৰত অৱতীৰ্ণ হৈছে কলগাছিয়াৰ এজন চাকৰিয়াল লোক । কলগাছিয়াৰ বাসিন্দা ডক্টৰ আৰশ্বাদ আহমেদে বিষয় শিক্ষকৰ চাকৰিৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি দেওবাৰে কলগাছিয়াত এক সংবাদ মেলৰ আয়োজন কৰে । ব্যক্তি গৰাকীয়ে দলৰ হাই কমাণ্ডৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰি টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে ৷ লগতে গৰাখহনীয়া সমস্যা, ডি ভোটৰ সমস্যা আদি সমাধানৰ বাবে তেওঁ সংগ্ৰাম গঢ়ি তুলিব বুলি সংবাদ মেলত সদৰী কৰে ।
Anchor: কংগ্ৰেছৰ টিকট প্ৰত্যাশি দেৱান আৰছাদ আহমেদৰ সংবাদমেল।Body:Slug : as_jania_18aug_political_press_meet_story_vis3+pho1_asc10058
V: O : জনীয়াত বলিছে উপ- নিৰ্বাচনৰ গৰম বতাহ। কি কংগ্ৰেছ, কি ইউ ডি এফ, কি বি জে পি অথবা চি পি আই (এম) সকলো বিলাক ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ ভোটৰ সমীকৰণ আৰম্ভ কৰাৰ সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰাৰ্থী কেন্দ্ৰিক ভিৰ। ঠিক এনে সময়ত চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছাসেৱী অবসৰ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত মাৰাথান দৌৰত অৱতীৰ্ণ হৈছে কলগাছিয়াৰ এগৰাকী চাকৰিয়াল ব্যক্তিয়ে। কলগাছিয়াৰ বাসিন্দা ডক্টৰ আৰশ্বাদ আহমেদে বিষয় শিক্ষকৰ চাৰৰিৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি আজি কলগাছিয়াত এক সংবাদ মেলৰ আয়োজন কৰে। ব্যক্তি গৰাকীয়ে দলৰ হাই কমেণ্ডৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰি টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে । লগতে গৰাখহনীয়া সমস্যা, ডি ভোটৰ সমস্যা আদি সমাধানৰ বাবে তেওঁ সংগ্ৰাম গঢ়ি তুলিব বুলি সংবাদ মেলত সদৰী কৰে।Conclusion:Slug : as_jania_18aug_political_press_meet_story_vis3+pho1_asc10058
স্বফিকুল হাছান, জনীয়া।