ETV Bharat / state

তৰুণ গগৈৰ বাবে জনীয়াত হাৰিল কংগ্ৰেছ! - Youth Congress Secretary Mustafizur Rahman

জনীয়াৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পাছত সাংসদ আব্দুল খালেকক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰা মন্তব্যক উভতি ধৰিলে জনীয়া যুৱ কংগ্ৰেছৰ সম্পাদক মুস্তাফিজুৰ ৰহমানে ৷ একমাত্ৰ তৰুণ গগৈৰ বাবেই কংগ্ৰেছে জনীয়াত জয়ী হ'ব নোৱাৰিলে বুলি মত ব্যক্ত কৰে ৷

সাংসদ আব্দুল খালেকক লৈ তৰুণ গগৈৰ মন্তব্যক উভতি ধৰিলে জনীয়া যুৱ কংগ্ৰেছৰ সম্পাদকে
author img

By

Published : Oct 27, 2019, 5:26 PM IST

বৰপেটা,27 অক্টোবৰঃ সাংসদ আব্দুল খালেকক লৈ শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল সম্বোধন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ পিছত বৰ্ষীয়ান নেতাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জনীয়া যুৱ কংগ্ৰেছৰ সম্পাদক মোস্তাফিজুৰ ৰহমান । সংবাদমেলখনত তৰুণ গগৈয়ে জনীয়াৰ উপ-নিৰ্বাচনত সাংসদ আব্দুল খালেকে নিৰ্বাচনী ক্ৰেডিট লোৱাত ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৷ দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু সাক্ষাৎকাৰত যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পোষকতা কৰা এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ বিৰোধিতা কৰে ৷ যুৱ নেতাগৰাকীয়ে কিছুসংখ্যক বৰ্ষীয়ান কংগ্ৰেছ নেতা বিশেষকৈ তৰুণ গগৈয়ে এন আৰ চিক পেলনীয়া কাগজ আখ্যা দিয়াৰ বাবেই জনীয়াত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হ'ল বুলি মত ব্যক্ত কৰে ৷ আনহাতে এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক ৰাজনীতিক সাৰ-পানী যোগোৱা দলৰ সৈতে মিত্ৰতা হ'লে কংগ্ৰেছ আগন্তক ২৫ বছৰ লৈকে শাসনত আহিব নোৱাৰে বুলিও তাৎপর্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

সাংসদ আব্দুল খালেকক লৈ তৰুণ গগৈৰ মন্তব্যক উভতি ধৰিলে জনীয়া যুৱ কংগ্ৰেছৰ সম্পাদকে

আৰু পঢ়ককংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতাৰ প্ৰধান অন্তৰায় মই আছিলোঃ তৰুণ গগৈ

Intro:slug: as_jania_27oct_jania_yuva_congress_react_on_tarun_gogoi_byt1+pho1_asc10058Body:slug: as_jania_27oct_jania_yuva_congress_react_on_tarun_gogoi_byt1+pho1_asc10058

Anchor/VO: জনীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ শোচনীয় ভাৱে পৰাজিত হোৱাৰ পিছত জনীয়া উপ-নিৰ্বাচন আৰু সাংসদ আব্দুল খালেকক লৈ কালি কংগ্ৰেছৰ প্ৰবীণ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ পিছত আজি জনীয়া যুৱ কংগ্ৰেছৰ সম্পাদক মোস্তাফিজুৰ ৰহমানে তৰুণ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। তৰুণ গগৈয়ে NRC ক পেলনীয়া কাগজ আখ্যা দিয়াৰ বাবেই জনীয়াত কংগ্ৰেছৰ বিপর্যয় হোৱা বুলি মন্তব্য কৰে। লগতে এ আই ইউ ডি এফৰ লগত মিত্ৰতা হলে কংগ্ৰেছ ২৫ বছৰ শাসনত আহিব নোৱাৰে বুলিও তাৎপর্যপূৰ্ণ মন্তব্য কৰে।

Conclusion:slug: as_jania_27oct_jania_yuva_congress_react_on_tarun_gogoi_byt1+pho1_asc10058

Byte: যুৱ কংগ্ৰেছৰ সম্পাদক মোস্তাফিজুৰ ৰহমানৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.