ETV Bharat / state

একজিট প'লক লৈ ড৹ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

author img

By

Published : Apr 30, 2021, 10:04 PM IST

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা একজিট প'লক লৈ সন্তুষ্ট নহয় জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলাম । যিখিনি একজিট পল আহিছে সেইখিনি exact প’ল নহয় ৷ ৬৮ ৰ পৰা ৭২ টা সমষ্টিত জয়ী হৈ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি মন্তব্য় কৰে বিধায়কগৰাকীয়ে ।

jania-mla-reaction-on-exit-poll
একজিট প'লক লৈ ড৹ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

জনীয়া, 30 এপ্ৰিল : যোৱা ৬ এপ্ৰিলত সমাপ্ত হোৱা ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা একজিট প'লক লৈ সন্তুষ্ট নহয় জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলাম । বিধায়ক গৰাকীয়ে প্ৰকাশিত একজিট প'ল সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, একজিট প'ল কেতিয়াও সঠিক নহয় । কাৰণ এটা সমষ্টিত দুই আঢ়ৈ লাখ ভোটাৰ আছে; তাত চাৰি-পাঁচ হাজাৰ ভোটাৰৰ মতামত লৈ সঠিক সিদ্ধান্তত অহা বৰ কঠিন কাম, এইটো সম্ভৱো নহয় ।

গতিকে যিখিনি একজিট পল আহিছে সেইখিনি exact প’ল নহয় আৰু বিগত দিনত তেনেকৈ পোৱা নাই । বিধায়ক গৰাকীৰ মতে ৬৮ ৰ পৰা ৭২ টা সমষ্টিত জয়ী হৈ মহাজোঁটে চৰকাৰ গঠন কৰিব ।

লগতে পঢ়ক :ভোটগণনাৰ বাবে সাজু ৰঙিয়া প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.