ETV Bharat / state

অতিমাত্ৰা গৰমৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য

ৰাজ্যজুৰি অব্যাহত থকা অতিমাত্ৰা গৰমৰ মাজতে সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য

অতিমাত্ৰা গৰমৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য
author img

By

Published : Aug 12, 2019, 8:58 PM IST

চিৰাং,জনীয়া, 12 আগষ্টঃ ৰাজ্যজুৰি অব্যাহত থকা অতিমাত্ৰা গৰমৰ মাজতে সোমবাৰে বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য ৷ এই ধুমুহা বৰষুণে ৰাজ্যত গৰমৰ মাত্ৰা কিছু হ্ৰাস কৰিলে যদিও বিভিন্ন ঠাইত সৃষ্টি কৰিলে তাণ্ডৱ ৷ চিৰাং জিলাৰ বাসুগাঁৱত প্ৰকাণ্ড গছ উঘালি পৰাৰ উপৰিও বিদ্যুতৰ তাঁৰ ছিঙি বিদ্যুত সেৱা ব্যাহত হৈ পৰে। একেদৰে জিলাখনৰ কাজলগাঁও,ঢালিগাঁৱতো ব্যাপক ক্ষয় ক্ষতি কৰে ধুমুহাই । আনহাতে বৰপেটা জিলাতো ধুমুহাই সৃষ্টি কৰিলে আতংকৰ ৷ ঈদৰ দিনাখন অহা তীব্ৰবেগী ধুমুহাৰ ফলত জিলাখনৰ জনীয়া অঞ্চলৰ বহু ঠাইত গছ উঘালি পৰাৰ লগতে বহুতৰে ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই নিয়ে ৷

Intro:Slug: as_jania_12aug_dhumoha_vis3+byt2+pho1_spl_story_aac10058

Anchor: আকস্মিক ধুমুহাই কঁপাই গ'ল জনীয়া অঞ্চল, উৰুৱাই নিলে কেইবাটাও ঘৰৰ টিনপাত।Body:Slug: as_jania_12aug_dhumoha_vis3+byt2+pho1_spl_story_aac10058

VO-1: ঈদৰ দিনা বিয়লি প্ৰায় ৪-০০ বজাত জনীয়া অঞ্চলত আকস্মিক ধুমুহাই সকলোকে আতংক কৰি তোলে। তীব্ৰবেগী ধুমুহাই বহুতৰে গছৰ ডাল ভাঙি পৰাৰ লগতে অনেকৰেই আকৌ উৰুৱাই লৈ গ'ল ঘৰৰ টিনপাত। উল্লেখ্য যে আজিৰ দিনটো আছিল ৰ'দে খাওঁ খাওঁ অবস্থাত। কিন্তু বিয়লি চাৰি বজাত হোৱা ধুমুহাই সকলোকে ভৱাই তুলিছে যে, ঈশ্বৰৰ মহিমা অপাৰ।Conclusion:Slug: as_jania_12aug_dhumoha_vis3+byt2+pho1_spl_story_aac10058

বাইট: স্থানীয় ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.