ETV Bharat / state

বৰপেটাত দেওবাৰে সামৰণি পৰে ইস্তেমাৰ

বৰপেটাত দেওবাৰে অন্ত পৰে ইস্তেমা কাৰ্যসূচীৰ ৷ 10 জানুৱাৰীৰ পৰা অনুষ্ঠিত তিনি দিনীয়া কাৰ্যসূচীত বিশ্ব শান্তিৰ বাবে দোৱা কৰে ইছলাম ধৰ্মাৱলম্বীলোক সকলে ৷

বৰপেটা
বৰপেটাত দেওবাৰে সামৰণি পৰে ইস্তেমাৰ
author img

By

Published : Jan 12, 2020, 5:03 PM IST

বৰপেটা, ১২ জানুৱাৰীঃ বৰপেটা জিলাৰ জাৰাবাৰীত অনুষ্ঠিত হোৱা ইস্তেমা দেওবাৰে সামৰণি পৰে । শুকুৰবাৰ অৰ্থাৎ 10 জানুৱাৰী পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় অনুষ্ঠানৰ ৷ প্ৰায় ত্ৰিশ সহস্ৰাধিক ইছলামধৰ্মীলোকে অনুষ্ঠানত জামাত কৰাৰ লগতে আলীম-উলামাসকলে ইছলাম, ক্বোৰাণ, হাদীছ আৰু দীনৰ কথা আলোচনাৰে এক পবিত্ৰ ভূমিত পৰিণত হয় ভূলোকাবাৰী-জাৰাবাৰী-পুতলাৰটাৰী অঞ্চল ।

বৰপেটাত দেওবাৰে সামৰণি পৰে ইস্তেমাৰ

দেওবাৰে পুৱা ফজৰৰ নামাজৰ সময়ৰ পৰাই ইজতেমাৰ শেষ অৰ্থাৎ আখেৰী মোনাজাত উপলক্ষে বৰপেটাৰ উপৰিও কাষৰীয়া জিলাসমুহৰ পৰাও বহু লোকৰ আগমন হয় । এই আখেৰী মোনাজাতত দেশৰ শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ, সাম্প্ৰদায়িক-সম্প্ৰীতিৰ বাবে দোৱা কৰাৰ উপৰিও বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয় ।

আৰু পঢ়কঃ কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ

Intro:

বৰপেটা, ১২ জানুৱাৰীঃ বৰপেটা জিলাৰ জাৰাবাৰীত অনুষ্ঠিত হোৱা তিনিদিনীয়া ইস্তেমা আজি সামৰনি পৰিল । যোৱা শুক্ৰবাৰৰ পৰা প্ৰায় ত্ৰিশ সহস্ৰাধিক ইছলামধৰ্মীলোকে জামাত কৰাৰ লগতে আলীম-উলামাসকলে ইছলাম, ক্বোৰাণ, হাদীছ আৰু দীনৰ কথা আলোচনাৰে এক পবিত্ৰ ভূমিত পৰিনত হয় ভূলোকাবাৰী-জাৰাবাৰী-পুতলাৰটাৰী অঞ্চল । Body:আজি পুৱা ফজৰৰ নামাজৰ সময়ৰ পৰাই ইজতেমাৰ শেষ অৰ্থাৎ আখেৰী মোনাজাত উপলক্ষে বৰপেটা জিলাৰ উপৰিও কাষৰীয়া জিলাসমুহৰ পৰাও বহু লোকৰ আগমন হয় । এই আখেৰী মোনাজাতত দেশৰ শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ, সাম্প্ৰদায়িক-সম্প্ৰীতিৰ বাবে দোৱা কৰাৰ উপৰিও বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয় ।
Conclusion:বাইট: উদ্যোগতা
---- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.