ETV Bharat / state

Etv Bharatৰ বাতৰিৰ প্ৰভাৱ: কাউৰজাহীত উপস্থিত চক্ৰ বিষয়া

author img

By

Published : Jun 15, 2021, 10:22 PM IST

বিগত 15 দিন ধৰি ধাৰাবাহিক ভাৱে ETV BHARAT ত সম্প্ৰচাৰ হৈছিল কিদৰে, বেকী নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি বিঘাই বিঘাই গাঁওখনৰ বহু লোকৰ খেতি-মাটিৰ লগতে নৈ পৰীয়া লোকৰ ভেটি-মাটি উচন কৰিছে ৷ মঙলবাৰে এই বাতৰি প্ৰত্যক্ষ কৰি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বিপাংকৰ কলিতাই ৷ সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি বিষয়া গৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা হাতত ল'ব বুলিও গাঁওবাসীক আশ্বাস প্ৰদান কৰে।

impact of ETV BHARAT news
ETV BHARATৰ বাতৰিৰ প্ৰভাৱ

জনীয়া, 15জুন : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বেকী নদীৰ ভয়াৱহ খহনীয়াৰ বাতৰি সম্প্ৰচাৰৰ পাচতে খহনীয়া পৰিদৰ্শনৰ বাবে জনীয়াৰ কাউৰজাহীত উপস্থিত হ'ল কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷

বিগত 15 দিন ধৰি ধাৰাবাহিক ভাৱে ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল কিদৰে, বেকী নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি বিঘাই বিঘাই গাঁওখনৰ বহু লোকৰ খেতি-মাটিৰ লগতে নৈ পৰীয়া লোকৰ ভেটি মাটি উছন কৰিছে ৷ ইয়াৰোপৰি ট্ৰেক্টৰে ট্ৰেক্টৰে অবৈধভাৱে নৈৰ পাৰ খনন কৰাৰ পাচত ৰূদ্ৰমূৰ্তি ধাৰণ কৰা খহনীয়াৰ বাতৰি ধাৰাবাহিক ভাৱে সম্প্ৰচাৰ হৈ আহিছে ইটিভি ভাৰতত ৷

Etv Bharatৰ বাতৰিৰ প্ৰভাৱ: কাউৰজাহীত উপস্থিত চক্ৰ বিষয়া

ইফালে, প্ৰায় 15 টা পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাত দুৰ্ভগীয়া পৰিয়াল কেইটাই পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ তাৰ পাচতে খহনীয়াগ্ৰস্তৰ দুৰ্দশাৰ বাতৰি প্ৰত্যক্ষ কৰি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বিপাংকৰ কলিতাই ৷

সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি বিষয়া গৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা হাতত ল'ব বুলিও গাঁওবাসীক আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: প্ৰৱল খহনীয়াৰ গ্ৰাসত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.