ETV Bharat / state

বৰপেটাত সুৰাসহ দুই অবৈধ সুৰা ব্যৱসায়ীক আটক

author img

By

Published : Jun 8, 2021, 4:31 PM IST

বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে এক অভিযান চলাই দণ্ডজিৎ ওজা আৰু সঞ্জয় দাস নামৰ দুই ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে ৷ এক গোপন সুত্ৰৰ পম খেদি অভিযান চলায় বৰপেটা আৰক্ষীয়ে ৷

illegal liquor seized in dibrugarh
বৰপেটাত সুৰা সহ দুই অবৈধ সুৰা ব্যৱসায়ীক আটক

বৰপেটা, ৮ জুন : বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে এক অভিযান চলাই দুই ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে ৷ ধৃত ব্যৱসায়ী দুজন ফাটাহাটীৰ দণ্ডজিৎ ওজা আৰু দহাটীৰ সঞ্জয় দাস ৷

আৰক্ষীৰ সুত্ৰই সদৰি কৰা মতে ব্যৱসায়ী দুজনৰ বাসগৃহত অভিযান চলাই জব্দ কৰা হয় সুৰাখিনি ৷ বৰপেটা অঞ্চলৰ দীৰ্ঘদিনৰ পৰা একাংশ লোকে অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপন হৈছিল ৷ তদুপৰি আবকাৰী বিভাগৰন বিষয়া কৰ্মচাৰীৰ সৈতে একাংশ লোকে সুৰাৰ ব্যৱসায় চলাই আহিছিল বুলি আন এক অভিযোগ উত্থাপন হৈছিল ৷

ইয়াৰ পৰিপেক্ষিততে এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায় বৰপেটা আৰক্ষীয়ে ৷ অভিযানত সুৰাসহ দুই ব্যৱসায়ীক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷

লগতে পঢ়ক: বজাৰৰ অভাৱ: পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ ফচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.