ETV Bharat / state

চাইকেল লৈ অসমৰ পৰা গুজৰাটলৈ এজন ব্যক্তি ! - ৰাষ্ট্ৰীয় ঘাইপথ

লক্ ডাউনৰ ফলত অশেষ কষ্ট ভুগি স্বদেশলৈ চাইকেল লৈ ওলাল এজন বৃদ্ধ ৷ গুজৰাটৰ এগৰাকী বৃদ্ধই গুৱাহাটীৰ পৰা গুজৰাটলৈ চাইকেল লৈ যাত্ৰা আৰম্ভ কৰে ৷ কিন্তু আদবাটতে স্তব্ধ হ'ল তেওঁৰ যাত্ৰা ৷

gujrati cyclist wishes to travel from Assam to Gujarat by bicycle

author img

By

Published : May 1, 2020, 8:41 PM IST

পাঠশালা, ১মে' : গুৱাহাটীৰ পৰা বৃদ্ধ বয়সত এগৰাকী গুজৰাটী ব্যক্তিয়ে চাইকেল চলাই যাত্ৰা আৰম্ভ কৰিছে গুজৰাটলৈ l যোৱা বৰ্ষৰ 1 নবেম্বৰত বিশ্ব শান্তিৰ বাবে গুজৰাটৰ পৰা আহি গুৱাহাটীৰ কামাখ্যা ধামত উপস্থিত হৈছিল ব্যক্তিজন l কিন্তু লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত ব্যক্তিজনে বিগত সময়চোৱাত গুৱাহাটীত ধৰম শালাত থাকি নৰক যন্ত্ৰণা ভুগিব লগীয়া হয় ৷

দুদিন অনাহাৰে থাকি শুকুৰবাৰে কান্দি কান্দি গুৱাহাটীৰ পৰা চাইকেল চলাই লৈ গুজৰাটলৈ যাত্ৰা আৰম্ভ কৰিছিল ব্যক্তিগৰাকীয়ে l কিন্তু বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁ বৰপেটা জিলাত সোমোৱাৰ অনুমতি নোপোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় ল'ব লগীয়া হৈছে l কেমেৰাৰ আগত কান্দি কান্দি নিজৰ দুখ-যান্ত্ৰণাৰ বৰ্ণনা দিলে ব্যক্তিগৰাকীয়ে l

চাইকেল লৈ অসমৰ পৰা স্বদেশলৈ এজন ব্যক্তি !

তেনে সময়তে পাঠশালা প্ৰেছ গিল্ডৰ সদস্যই তেওঁক কিছু খাদ্য সামগ্ৰী যোগান ধৰে l আনহাতে বজালী মহকুমা প্ৰশাসনে তেওঁক জটিল পৰিস্থিতিৰ বাবে পুনৰ নলবাৰী আৰক্ষীক হস্তান্তৰ কৰে l

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন সুধাকণ্ঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.