ETV Bharat / state

দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা জব্দ চুৰি সামগ্ৰী

author img

By

Published : Aug 9, 2019, 9:11 AM IST

দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰা উদ্ধাৰ হয় প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ একেই সামগ্ৰী । হাউলীৰ সাধু বজাৰৰ শহিদুল ইছলাম নামৰ এজন ব্যাক্তিয়ে 2.5 লাখ টকাৰ সামগ্ৰী 1 লাখ টকাত কিনি লৈ যোৱা অৱস্থাত শাহেৰ আলীৰ ঘৰৰ সন্মুখতে দুৰ্ঘটনাত পতিত হয় মাল ভৰ্তি ব'লৰো পিক আপ'

দুৰ্ঘটনাগ্ৰস্থ গাড়ূীৰ পৰা জব্দ চুৰি সামগ্ৰী

বৰপেটা, 9 আগষ্টঃ বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি কলণীত দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰা উদ্ধাৰ কেইবা লাখ টকাৰ চুৰি সামগ্ৰী ৷ লগতে বালিকুৰি কলনীৰে শাহেৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় প্ৰায় 5 লাখ টকাৰ গেলামাল সামগ্ৰী । দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰাও উদ্ধাৰ হয় প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ একেই সামগ্ৰী । হাউলীৰ সাধু বজাৰৰ শহিদুল ইছলাম নামৰ এজন ব্যাক্তিয়ে 2.5 লাখ টকাৰ সামগ্ৰী 1 লাখ টকাত কিনি লৈ যোৱা অৱস্থাত শাহেৰ আলীৰ ঘৰৰ সন্মুখতে দুৰ্ঘটনাত পতিত হয় মাল ভৰ্তি ব'লৰো পিক আপ' । শহিদুল ইছলামৰ অংশীদাৰ তথা হাউলীৰ ইটাৰভিটাৰ ইকৰামুল ইছলামক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক । জব্দ গেলামালৰ সামগ্ৰীসহ AS-15-J-7666 নম্বৰৰ বাজাজ এভেঞ্জাৰ মটৰ চাইকেল আৰু দুৰ্ঘটনাত পতিত হোৱা AS-25CC-5647 নম্বৰ ব'লৰ পিক আপ । বুধবাৰে AS-01GC-7896 নম্বৰৰ ট্ৰাকেৰে বালিকুৰি কলনীৰ শাহেৰ আলীৰ ঘৰত আনিছিল গেলা মালৰ সামগ্ৰীখিনি । ঘটনাত জড়িত শহিদুল ইছলাম আৰু বুলবুল ইছলামৰ আন দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও উদ্ধাৰ হোৱা মালখিনিৰ লগত চাৰিজন লোক জড়িত থকাৰ স্বীকাৰোক্তি দিয়ে আটক হোৱা ইকৰামুল ইছলামে ।

Intro:slug: as_jania_09aug_theft_goods_recovery_vis3+byt3+pho3_spl_pkg_story_asc10058

Anchor: কলগাছিয়াৰ বালিকুৰিত চুৰি মাল উদ্ধাৰ। চুৰি মাল লৈ যোৱা অৱস্থাত পুখুৰীত বাগৰি পৰিল মাল ভৰ্ত্তি গাড়ী। বালিকুৰি কলনীৰ শাহেৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ গেলা মাল। এজন গ্ৰেপ্তাৰ হোৱাৰ লগতে এখন মটৰ চাইকেল আৰু গাড়ী জব্দ। আন দুজনৰ পলায়ন।Body:slug: as_jania_09aug_theft_goods_recovery_vis3+byt3+pho3_spl_pkg_story_asc10058

VO-1: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি কলনীত আজি ৰাতি এটা ঘৰ আৰু দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰা কেবা লাখ টকাৰ চুৰি মাল উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বালিকুৰি কলনীৰ শাহেৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় প্ৰায় ৫ লাখ টকাৰ বাছমতী চাউল, চানা, তেল, চাবোন, ধূপকাঠি আদিকৰি কেবা প্ৰকাৰৰ গেলামালৰ সামগ্ৰী। লগতে দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ পৰাও উদ্ধাৰ হয় আঢ়ৈ লক্ষাধিক টকাৰ একেই সামগ্ৰী। হাউলীৰ সাধু বজাৰৰ শহিদুল ইছলাম নামৰ এজন ব্যাক্তিয়ে ২.৫ লাখ টকাৰ সামগ্ৰী ১ লাখ টকাত কিনি লৈ যোৱা অৱস্থাত শাহেৰ আলীৰ ঘৰৰ সন্মুখতে দুৰ্ঘটনাত পতিত হয় মাল ভৰ্ত্তি বলেৰো পিক আপ। শহিদুল ইছলামৰ অংশীদাৰ তথা হাউলীৰ ইটাৰভিটাৰ ইকৰামুল ইছলামক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক। জব্দ গেলামালৰ সামগ্ৰীসহ AS 15J 7666 নম্বৰৰ বাজাজ এভেঞ্জাৰ মটৰ চাইকেল আৰু দুৰ্ঘটনাত পতিত হোৱা AS 25CC 5647 নম্বৰ বলেৰ পিক আপ। বুধবাৰে AS 01GC 7896 নম্বৰৰ ট্ৰাকেৰে বালিকুৰি কলনীৰ শাহেৰ আলীৰ ঘৰত আনিছিল গেলা মালৰ সামগ্ৰীখিনি। এই ঘটনাত জড়িত শহিদুল ইছলাম আৰু বুলবুল ইছলামৰ আন দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও উদ্ধাৰ হোৱা মালখিনিৰ লগত চাৰিজন লোক জড়িত থকাৰ স্বীকাৰোক্তি দিয়ে আটক হোৱা ইকৰামুল ইছলামে। আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই সমগ্ৰীখিনি কৰ পৰা চুৰি কৰি আনি শাহেৰ আলীৰ ঘৰত ৰখা হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে বালিকুৰি পূব কলনী গাঁওৰ আন এখন ঘৰতো এই সামগ্ৰী মজুত থকাৰ কথা জানিব পৰা গৈছে।Conclusion:slug: as_jania_09aug_theft_goods_recovery_vis3+byt3+pho3_spl_pkg_story_asc10058

Byte: আৰক্ষী বিষয়া, ৰাইজ আৰু গ্ৰেপ্তাৰ হোৱা ইকৰামুলৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.