ETV Bharat / state

হাউলীত দুষ্প্ৰাপ্য কেঁকোসাপসহ আটক দুই ব্যক্তিক

author img

By

Published : Jun 5, 2019, 12:39 PM IST

চোৰাংভাৱে বিক্ৰীৰ বাবে অনাৰ সময়তে হাউলী আৰক্ষীয়ে জব্দ কৰে সাপকেইডাল ৷ লগতে আটক কৰে সাপকেইটা বিক্ৰী কৰিবলৈ অহা মহিলাসহ দুজন সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা মহিলা গৰাকী কলগাছিয়াৰ আমিনা খাতুন আৰু খৰিচালা গাৱৰ জিয়াৰুল ইছলাম ৷ ইপিনে আৰক্ষীৰ চকুত ধুলি মাৰি পলায়ন কৰে আন কেবাটাও সৰবৰাহকাৰী ৷

হাউলীত দুষ্প্ৰাপ্য কেঁকোসাপসহ দুই ব্যক্তি আটক

বৰপেটা,৫ জুনঃ বৰপেটাৰ হাউলীত জব্দ দুষ্প্ৰাপ্য কেঁকোসাপ ৷ মঙলবাৰে নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৭ ডালকৈ কেঁকোসাপ ৷ চোৰাংভাৱে বিক্ৰীৰ বাবে অনাৰ সময়তে হাউলী আৰক্ষীয়ে জব্দ কৰে সাপকেইডাল ৷ লগতে আটক কৰে সাপকেইটা বিক্ৰী কৰিবলৈ অহা মহিলাসহ দুজন সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা মহিলা গৰাকী কলগাছিয়াৰ আমিনা খাতুন আৰু খৰিচালা গাৱৰ জিয়াৰুল ইছলাম ৷ ইপিনে আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰে আন কেবাটাও সৰবৰাহকাৰী ৷ কলগাছিয়াৰ পৰা হাউলী মিলন বজাৰলৈ বিক্ৰীৰ বাবে আনিছিল কেঁকোসাপ কেইডাল ৷ আনহাতে, আৰক্ষীয়ে জব্দ কৰে AS-01DX-6365 মাৰুটি অল্ট' কে10 গাড়ী এখনো ৷ লোককেইজনে গাড়ী খনত এটা প্লাষ্টিকৰ বাল্টিত ভৰাই আনিছিল সাপকেইডাল ৷ কিন্তু দৰদাম নিমিলাৰ বাবেই বিক্ৰী কৰা নহ'ল সাপ কেইডাল ৷ আন্তৰাষ্ট্ৰীয় বজাৰত কেঁকোসাপকেইটাৰ মূল্য প্ৰায় ৩৫ লাখ টকা হ'ব বুলি অনুমান আৰক্ষীৰ ৷ আনহাতে, ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Slug: as_bar_5june_keko_snake_seized_vis+bite+photo_7203841

বৰপেটাৰ হাউলীত আৰক্ষীৰ অভিযানঃ ৭টা কেঁকোসাপ জব্দ, আটক দুজন ৷

বৰপেটা, ৫ জুনঃ বৰপেটাৰ হাউলীত মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ৭ টা কেঁকোসাপ জব্দ কৰে ৷ চোৰাংভাৱে বিক্ৰীৰ বাবে অনাৰ সময়তে হাউলী আৰক্ষীয়ে  জব্দ কৰে দূস্প্ৰাপ্য কেঁকোসাপ কেইটা ৷ আনহাতে কেঁকোসাপকেইটা  বিক্ৰী কৰিবলৈ অহা এগৰাকী মহিলাসহ দুজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটক কৰা লোক দুটা কলগাছিয়াৰ আমিনা খাতুন আৰু খৰিচালা গাৱৰ জিয়াৰুল ইছলাম ৷ ইপিনে আৰক্ষীৰ চকুত ধূলি মাৰি পলাই সাৰে আন কেবাটাও সৰবৰাহকাৰী ৷ কলগাছিয়াৰ পৰা হাউলী মিলন বজাৰলৈ বিক্ৰীৰ বাবে আনিছিল কেঁকোসাপ কেইটা ৷ আৰক্ষীয়ে জব্দ কৰে  AS 01 DX 6365 মাৰুতি অল্টো কে 10 গাড়ী এখনো ৷ লোককেইজনে মাৰুতি অল্টো কে 10 গাড়ী খনত এটা প্লাষ্টিকৰ বাল্টিত ভৰাই আনিছিল কেঁকোসাপকেইটা ৷ পিছে দৰদাম নিমিলাৰ বাবেই হয়তো বিক্ৰী কৰা নহ'ল কেঁকোসাপ কেইটা ৷ আন্তৰাষ্ট্ৰীয় বজাৰত  কেঁকোসাপকেইটাৰ মূল্য প্ৰায় ৩৫ লাখ টকা হব বুলি অনুমান কৰা হৈছে ৷ আৰক্ষীৰ জেৰা অব্যাহত থকাৰ লগতে ঘটনাটোৰ সৈতে জড়িত মুল অপৰাধীকেইটাক আটক কৰাৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ 

বাইটঃ আৰক্ষীৰ হাতত আটক দুই অপৰাধী ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.