শিৱসাগৰ, 5 নবেম্বৰ : শিৱসাগৰ নগৰত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এটা অগ্নিকাণ্ডৰ ঘটনা ৷ শিৱসাগৰ চহৰৰ হাস্পতাল ৰোডত সংঘটিত হৈছে এই ঘটনা ৷ ফ্ৰেণ্ডচ নামৰ কাপোৰ আৰু জোতাৰ দোকানখনত সংঘটিত হয় এই অগ্নিকাণ্ড । শ্বট চাৰ্কিটৰ ফলত এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।
![শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9437010_hh.jpg)
লগতে পঢ়ক : লক্ষ্য 2021 : দেওবাৰে কৰিমগঞ্জলৈ যাব বদৰুদ্দিন আজমল