ETV Bharat / state

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Sep 11, 2019, 10:17 AM IST

পুৱতি নিশাৰ অগ্নিকাণ্ডত ভষ্মীভূত দুখন দেকান ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

কলগাছিয়া, 11 চেপ্তেম্বৰঃ কলগাছিয়াৰ গুনিয়ালগুৰি বজাৰত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ স্থানীয় ৰাইজ আৰু কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ওমৰ আলী আৰু তাৰিফ আলী নামৰ দুজন ব্যক্তিৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় । প্ৰাপ্ত তথ্য মতে, অগ্নিকাণ্ডত প্ৰায় ৪ লাখ টকাৰ সম্পত্তি ভষ্মীভূত হয় ৷ এই অগ্নিকাণ্ডৰ পৰা বজাৰ খনৰ আন শতাধিক দোকানৰ উপৰিও বজাৰৰ কাষতে থকা গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এম ভি স্কুল আৰু জামে মচজিদ কথমপি ৰক্ষা পৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷

Intro:slug: as_jania_11sep_agnikando_vis1+byt2+pho1_story_asc10058

Anchor: কলগাছিয়াত গুনীয়ালগুৰি বজাৰত ভয়াৱহ অগ্নিকাণ্ড। কেইবাখন দোকান ভস্মীভূত।Body:slug: as_jania_11sep_agnikando_vis1+byt2+pho1_story_asc10058

VO : কলগাছিয়াৰ গুনিয়ালগুৰি বজাৰত আজি পুৱতি নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংগঠিত হয় । এই অগ্নিকাণ্ডত ওমৰ আলী আৰু তাৰিফ আলীৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পুৰ্ণ ৰূপে ভষ্মীভূত হয় । জুই জ্বলি উঠাৰ লগে লগে মছজিদৰ মুৱাজ্জিমৰ খবৰৰ ভিত্তিত স্থানীয় ৰাইজ আৰু কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয় । অগ্নিকাণ্ডত প্ৰায় ৪ লাখ টকাৰ সম্পত্তি ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে ।এই অগ্নিকাণ্ডৰ পৰা বজাৰ খনৰ আন শতাধিক দোকানৰ উপৰিও বজাৰৰ কাষতে থকা গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এম ভি স্কুল আৰু জামে মসজিদ কথমপি ৰক্ষা পৰে । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংগঠিত হয় বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে।Conclusion:slug: as_jania_11sep_agnikando_vis1+byt2+pho1_story_asc10058

Byte : স্হানীয় লোকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.