ETV Bharat / state

বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰিয়া মৰিয়া জাতীয় পৰিষদৰ এজাহাৰ দাখিল

author img

By

Published : Aug 9, 2020, 8:58 PM IST

বিধায়ক শিলাদিত্য দেৱে এইবাৰ অসমীয়া সাহিত্য জগতৰ মহীৰূহস্বৰূপ চৈয়দ আব্দুল মালিকক "বৌদ্ধিক জেহাদী" বুলি কোৱাৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে বিভিন্ন দল সংগঠন ৷

fir against mla siladitya dev by garia maria deshi jatiya parisad in Barpeta
বিতৰ্কিত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰিয়া মৰিয়া জাতীয় পৰিষদৰ এজাহাৰ দাখিল

বৰপেটা, ৯ আগষ্টঃ স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কৰা অপমানৰ বিৰুদ্ধে ৰাজ্যৰ বৌদ্ধিক মহলত প্ৰতিক্ৰিয়া । বিধায়কগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে দেওবাৰে বৰপেটাৰ বহৰিৰ তাৰাবাৰী থানাত চকীত এজাহাৰ দাখিল কৰে বৰপেটা জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ বিধায়কগৰাকীয়ে অসমৰ স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক 'জেহাদী' সজোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে ।

বহৰিৰ তাৰাবাৰী থানাত বিধায়ক শিলাদিত্য দেৱে কৰা অপমান আৰু খিলঞ্জীয়া লোকৰ মাজত বিভেদ সৃষ্টিৰ বাবে বিধায়কগৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যক গৰিহনা দিয়ে সংগঠনটোৱে । সংগঠনটোৱে অতি শীঘ্ৰে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী জনাইছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক চলমান হুছেইনে ।

লগতে পঢ়ক- বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.