বৰপেটা,8 আগষ্টঃ বৰপেটাত চলিছে তেজৰ ব্যৱসায় ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰীৰ সহযোগত একাংশই তেজৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ ৷ শেহতীয়াকৈ এই সন্দৰ্ভত চিন্ময় দাস নামৰ এজন যুৱকৰ নাম পোহৰলৈ আহিছে ৷
বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায় - ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত তেজৰ ব্যৱসায়
বৰপেটা মেডিকেল কলেজ হাস্পতালত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায় ৷ অবাধে তেজ বিক্ৰীৰ ফলত বৰপেটাত এজন ব্যক্তিৰ মৃত্যু ৷ অৱশেষত ভুক্তভোগী পৰিয়ালসমূহে থানাত দাখিল কৰিলে এজাহাৰ ৷
![বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায় FIR against illegal blood racket at Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8345187-thumbnail-3x2-a.jpg?imwidth=3840)
বৰপেটাত ব্লাড বেংক কৰ্মচাৰীৰ সহযোগত চলিছে তেজৰ ব্যৱসায়