ETV Bharat / state

বৰনগৰ মহাবিদ্যালয়ত বিজেপিৰ সম্বৰ্দ্ধনা অনুষ্ঠান

author img

By

Published : Jun 3, 2019, 7:38 AM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লাভ কৰা ১৫ গৰাকী শিক্ষাৰ্থী, ষ্টাৰ নম্বৰ লাভ কৰা ৩৮ গৰাকী শিক্ষাৰ্থীৰ লগতে উচ্চতৰ মাধ্যমিকত ষ্টাৰ নম্বৰ লাভ কৰা ২১ গৰাকী শিক্ষাৰ্থীসহ সৰ্বমুঠ ৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে

বৰনগৰ মহাবিদ্যালয়ত বিজেপিৰ সম্বৰ্দ্ধনা অনুষ্ঠান

জনীয়া,2 জুন: সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত বিজেপিৰ চকচকা ব্লক মণ্ডলৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত সম্বৰ্দ্ধনা অনুষ্ঠান ৷ দেওবাৰে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক এখন কিতাপ,এটা গছ পুলি,মানপত্ৰ,ফুলাম গামোছা আৰু বঁটাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লাভ কৰা ১৫ গৰাকী শিক্ষাৰ্থী,ষ্টাৰ নম্বৰ লাভ কৰা ৩৮ গৰাকী শিক্ষাৰ্থীৰ লগতে উচ্চতৰ মাধ্যমিকত ষ্টাৰ নম্বৰ লাভ কৰা ২১ গৰাকী শিক্ষাৰ্থীসহ সৰ্বমুঠ ৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায় বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷

Intro:slug: as_jania_2jun_hombordona_onusthan_vis4_asc10058

জনীয়া, ২ জুন: বৰনগৰ মহাবিদ্যালয়ত বিজেপিৰ সম্বৰ্দ্ধনা অনুষ্ঠান।Body:slug: as_jania_2jun_hombordona_onusthan_vis4_asc10058

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ প্ৰায় সকলো ৰাজনৈতিক সংগঠন, অৰাজনৈতিক সংগঠন, স্বেচ্ছাসেৱী সংগঠনে উৎসাহ যোগোৱাৰ বাবে সম্বৰ্দ্ধনা জনাই আহিছে৷ আজি সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ চকচকা ব্লক মণ্ডলৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ লাভ কৰি সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্দ্ধনা জনায়৷ এই সম্বৰ্দ্ধনাত ছাত্ৰ-ছাত্ৰীসকলক এখন কিতাপ, এডাল গছ পুলি, মানপত্ৰ, ফুলাম গামোছা আৰু বঁটাৰে সম্বৰ্দ্ধনা জনায়৷সংগঠনটোয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লাভ কৰা ১৫ গৰাকী শিক্ষাৰ্থী, ষ্টাৰ নম্বৰ লাভ কৰা ৩৮ গৰাকী শিক্ষাৰ্থী, আনফালে উচ্চতৰ মাধ্যমিকত ষ্টাৰ নম্বৰ লাভ কৰা ২১ গৰাকী শিক্ষাৰ্থী সহ সৰ্বমুঠ ৫৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক নিজ হাতেৰে সম্বৰ্দ্ধনা জনায়, বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে৷ বিধায়ক ৰণজিৎ কুমাৰ দাসে নিজ ভাষন প্ৰসংগত কয় যে,দলৰ পৰামৰ্শমতে কেইবাবছৰো ধৰি ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগোৱাৰ বাবে এই সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰি আহিছে৷
Conclusion:slug: as_jania_2jun_hombordona_onusthan_vis4_asc10058

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.