ETV Bharat / state

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে মম লৈ মৌন প্ৰতিবাদ

বৰপেটা চহৰত মম লৈ মৌন প্ৰতিবাদ ৷ বৰপেটা চহৰৰ মুল পথ সমুহ পৰিভ্ৰমন কৰে সমদলকাৰীয়ে ৷ চিকিৎসালয়ৰ কাম কাজ ব্যাহত

author img

By

Published : Sep 4, 2019, 4:07 AM IST

Updated : Sep 4, 2019, 9:11 AM IST

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে মম লৈ মৌন প্ৰতিবাদ

বৰপেটা, 4 ছেপ্টেম্বৰঃ টীয়ক চাহ বাগিছাৰ চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ মঙলবাৰে পুৱা 6 বজাৰ পৰা 24 ঘন্টীয়া কৰ্মবিৰতি পালন কৰাৰ লগতে নিশা বৰপেটা চহৰত মম লৈ মৌন প্ৰতিবাদ জনায় চিকিৎসকসকলে ৷ বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বৰপেটা চহৰৰ মুল পথ সমুহ পৰিভ্ৰমন কৰে ৷ চিকিৎসকগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে বৰপেটাৰ পাঁচআলি চ'কত প্ৰতিবাদী চিকিৎসক আৰু বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলে মৌন প্ৰাৰ্থনা কৰে ৷ ইফালে, প্ৰতিবাদৰ সময়ছোৱাত স্বাস্থ্য সেৱা স্তব্ধ হৈ পৰাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ কাম কাজ ব্যাহত হৈ পৰিছে | ফলত ৰোগীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চিকিৎসকৰ কৰ্ম বিৰতিৰ ফলত চিকিৎসালয়সমুহত জৰুৰী সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ থাকে ।

Intro:
বৰপেটা, ৩ ছেপ্টেম্বৰঃ টীয়ক চাহ বাগিছাৰ চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ মঙলবাৰে পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টীয়া কৰ্মবিৰতি পালন কৰাৰ লগতে নিশা বৰপেটা চহৰত মম লৈ মৌন প্ৰতিবাদ জনায় চিকিৎসকসকলে ৷Body: ডাঃ দেৱেন দত্তৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদত বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসক আৰু ছাত্ৰসকলে আজি মম লৈ মৌন প্ৰতিবাদী সমদল উলিয়ায় ৷ বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বৰপেটা চহৰৰ মুল পথ সমুহ পৰিভ্ৰমন কৰে ৷ আনহাতে ডাঃ দেৱেন দত্তৰ আত্মাৰ সদ্গতিৰ অৰ্থে বৰপেটাৰ পাঁচআলি চ'কত প্ৰতিবাদী চিকিৎসক আৰু বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলে মৌন প্ৰাৰ্থনা কৰে ৷

Conclusion:বাইটঃ প্ৰতিবাদকাৰী চিকিৎসক ৷

--- বাপকন দাস, বৰপেটা
Last Updated : Sep 4, 2019, 9:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.