ETV Bharat / state

কলগাছিয়াৰ বান শিবিৰত ৰোগীৰ হাহাকাৰ - ৰোগীৰ হাহাকাৰ

কলগাছিয়াৰ লাংলা বান শিবিৰত ৰোগীৰ যমৰ যাতনা ৷ দূষিত পানী আৰু কদৰ্যময় পৰিৱেশৰ বাবে বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে বানাক্ৰান্ত ৰাইজ ৷

কলগাছিয়াৰ বান শিবিৰত ৰোগীৰ হাহাকাৰ
author img

By

Published : Jul 20, 2019, 7:16 PM IST

জনীয়া, ২০ জুলাই : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লাংলাৰ বান শিবিৰত চিকিৎসা ব্যৱস্থাৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ মাজত ৷ দূষিত পানী সেৱন আৰু কদৰ্যময় পৰিৱেশৰ বাবে বন্যাৰ্ত সকল বেমাৰত আক্ৰান্ত হৈ পৰিছে ৷

স্মৰ্তব্য যে, মানাহ নৈৰ বানৰ ফলত লাংলা অঞ্চলৰ ঘৰ - দুৱাৰ পানীৰ তলত ডুব যোৱাত এইদৰে লাংলা মথাউৰিৰ ওপৰত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে ৰাইজে । বৰভিটা জিলা পৰিষদৰ সদস্যা মহেলা খাতুনে এই বন্যাৰ্ত সকলৰ মাজত বান সাহাৰ্য বিতৰণ কৰে যদিও এইয়া তেওঁলোকৰ বাবে যথেষ্ট নহয় । বৰ্তমানেও খোৱাপানী, ঔষধ, শৌচাগাৰ, কাপোৰ আৰু আঁঠুৱাৰ অভাৱত চৰম হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে ৷

Intro:slug: as_jania_20jul_bornatyo_hibirot_hahakar_story_vis2+byt2_asc10058

জনীয়া, ২০ জুলাই: কলগাছিয়াৰ লাংলাত বন্যাৰ্ত শিবিৰত ৰোগীৰ মাজত হাহাঁকাৰ । নাই ঔষধ, নাই চিকিৎসাৰ ব্যৱস্থা ।Body:slug: as_jania_20jul_bornatyo_hibirot_hahakar_story_vis2+byt2_asc10058

দূষিত পানী সেৱন আৰু কদৰ্যময় পৰিৱেশৰ বাবে বেমাৰত আক্ৰান্ত হৈছে বন্যাৰ্ত । এমহীয়া কেচুৱা লৈ শিশু খাদ্যৰ বাবে হাহাঁকাৰ কৰিব লগীয়া হৈছে বন্যাৰ্তই । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লাংলাত বন্যাৰ্ত সকলৰ মাজত আৰম্ভ হৈছে এই হাহাঁকাৰ পৰিস্থিতি । খোৱাপানীৰ অভাৱত লেতেৰা পানী সেৱন কৰি আৰম্ভ হৈছে পেটৰ অসুখ । স্মৰ্তব্য যে, মানাহ নদীৰ বানে প্লাৱিত কৰাৰ ফলত ঘৰত এবুকু পানী হোৱাত ঘৰ দুৱাৰ এৰি এইদৰে লাংলা মথাউৰিৰ ওপৰত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে ৰাইজে । বন্যাৰ্তৰ মাজত বৰভিটা জিলা পৰিষদৰ সদস্যা মহেলা খাতুনে বান সাহাৰ্য্য বিতৰণ কৰে । বানপানী কমিছে কিন্তু বিপদ আতৰা নাই বন্যাৰ্ত ৰাইজৰ । এতিয়াও খোৱাপানী, ঔষধ, শৌচাগাৰ, কাপোৰ আৰু আঠুৱাৰ অভাৱত চৰম হাহাঁকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে ।Conclusion:slug: as_jania_20jul_bornatyo_hibirot_hahakar_story_vis2+byt2_asc10058

বাইট : বন্যাৰ্ত বেমাৰী আৰু স্থানীয় প্ৰতিনিধি।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.