ETV Bharat / state

বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰথমে গ্ৰহণ কৰিলে ক‘ভিড-19ৰ ভেকচিন

বৰপেটা জিলাতো ক'ভিড-19ৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে ৷ বৰপেটা মেডিকেল কলেজত ক'ভিড-19ৰ ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই প্ৰথমতে গ্ৰহণ কৰে ভেকচিন ৷

বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰথমে গ্ৰহণ কৰিলে ক‘ভিড-19 ভেকচিনৰ টিকাকৰণ

author img

By

Published : Jan 16, 2021, 1:33 PM IST

Updated : Jan 16, 2021, 2:15 PM IST

বৰপেটা,১৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আজিৰে পৰা আৰম্ভ হৈছে ক’ভিড ভেকচিন প্ৰদান কৰা কাম ৷ তাৰ সমান্তৰল ভাৱে বৰপেটা জিলাতো ক'ভিডৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হয় ৷ বৰপেটা মেডিকেল কলেজত ক'ভিড-19ৰ ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই প্ৰথমতে গ্ৰহণ কৰে ভেকচিন ৷

বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰথমে গ্ৰহণ কৰিলে ক‘ভিড-19 ভেকচিনৰ টিকাকৰণ

বৰপেটা স্থিত বৰপেটা মেডিকেল কলেজৰ লগতে বৰপেটা চিভিল হাস্পাটাল আৰু বৰপেটা ৰোড এফআৰ ইউতো প্ৰদান কৰা হ’ব ভেকচিন ৷ প্ৰথম ভাগত বৰপেটা জিলাৰ ৮,৪০০ জন চিকিৎসক আৰু চিকিৎসা কৰ্মীক প্ৰদান কৰা হ’ব প্ৰতিষেধক ৷ চৰকাৰী চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসা কর্মীকো প্ৰদান কৰা হ’ব এই প্ৰতিষেধক ৷ জিলাখনত সপ্তাহৰ চাৰিটা দিনত ভেকচিন প্ৰদান কৰা হ’ব ৷ সেইমতে প্ৰতি সপ্তাহৰ সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ভেকচিন প্ৰদান কৰা হব ৷

লগতে পঢ়কঃ সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

Last Updated : Jan 16, 2021, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.