ETV Bharat / state

কলগাছিয়াৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - ETV BHARAT

কলগাছিয়াৰ ২১২ নং দক্ষিন বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰত কৰ্মী দেলোৱাৰা খাতুনৰ বিৰুদ্ধে শিশু খাদ্যৰ ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় অভিভাৱকে । এই লৈ এতিয়া অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

কলগাছিয়াৰ ২১২ নং দক্ষিন বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰ
author img

By

Published : May 11, 2019, 11:25 AM IST

জনিয়া, ১১ মে': কলগাছিয়াৰ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২১২ নং দক্ষিন বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ অভিভাৱকে । কেন্দ্ৰটোৰ কৰ্মী দেলোৱাৰা খাতুনে শিশু খাদ্যৰ ধন আত্মসাত কৰাৰ লগতে নিয়মিতভাৱে পাঠদান নকৰাৰ অভিযোগত অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

কলগাছিয়াৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

দুৰ্নীতি সন্দৰ্ভত কোনো লোকে প্ৰশ্ন উত্থাপন কৰিলেই ধৰ্ষণৰ মিছা গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰে কৰ্মী দেলোৱাৰা খাতুন আৰু কেন্দ্ৰ পৰ্যবেক্ষিকা আকলিমা খাতুনে । আনহাতে, প্ৰকল্প বিষয়া উজালা খাতুনৰ বিৰুদ্ধেও উত্থাপিত হৈছে ধন আত্মসাতৰ অভিযোগ ।

Intro:slug: as_jania_11may_kalgachia_tense_at_icds_centre_vis2+byt3+pho2_asc10058

জনিয়া, ১১ মে: কলগাছিয়াৰ দক্ষিণ বালাৰপাথাৰ অংগনৱাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। অংগনৱাড়ী কৰ্মীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। অংগনৱাড়ী কেন্দ্ৰৰ হিচাপ-নিকাচ বিচাৰিলেই ৰেপ্ কেছত ফচাই দিয়াৰ ভাবুকি অংগনৱাড়ী কৰ্মী দেলোৱাৰা খাতুনৰ।Body:slug: as_jania_11may_kalgachia_tense_at_icds_centre_vis2+byt3+pho2_asc10058

উল্লেখযোগ্য যে, কলগাছিয়াৰ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২১২ নং দক্ষিন বালাৰ পাথাৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী দেলোৱাৰা খাতুনে শিশু খাদ্যৰ ধন আত্মসাত কৰাৰ লগতে নিয়মীত ভাবে পাঠদান নকৰাৰ অভিযোগত আজি স্থানীয় অভিভাৱক ৰাইজে উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্মৰ্তব্য যে, দুৰ্নীতি সন্দৰ্ভত মাত মাতিলে ৰেপ্ কেছত ফচাই দিয়াৰ ভাবুকি দিয়ে কৰ্মী দেলোৱাৰা খাতুন আৰু কেন্দ্ৰ পৰ্য্যবেক্ষিকা আকলিমা খাতুনে। আনহাতে প্ৰকল্প বিষয়া উজালা খাতুনৰ বিৰুদ্ধেও উত্থাপিত হৈছে ধন আত্মসাতৰ অভিযোগ ।Conclusion:slug: as_jania_11may_kalgachia_tense_at_icds_centre_vis2+byt3+pho2_asc10058

বাইট: প্ৰতিবাদকাৰীৰ মন্তব্য।

স্বফিকুল হাছান, জনিয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.