ETV Bharat / state

জনীয়াত বাঢ়নী পানীত উটি গ'ল 5 বছৰীয়া শিশু

author img

By

Published : Jul 17, 2019, 10:45 AM IST

মঙলবাৰে আশ্ৰয় শিবিৰৰ পৰাই শিশুটো বানৰ পানীত পৰি শিশুটিক উটুৱাই নিয়াত সন্ধানহীন হয় । শিশুটি দক্ষিণ বৰভিটাৰ আশ্ৰব আলীৰ পুত্ৰ আল আমিন

জনীয়াত বাঢ়নী পানীত উটি গ'ল 5 বছৰীয়া শিশু

জনীয়া, ১৬ জুলাই: জনীয়া সমষ্টিৰ বৰভিটাত বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে এগৰাকী 6 বছৰীয়া শিশুক। কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বৰভিটা উপ আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ বাৰভিটা দলঙৰ ওপৰত কেইবাটিও বানাক্ৰান্ত পৰিয়াল শিবিৰ পাতি আশ্ৰয় লৈ আছে। মঙলবাৰে আশ্ৰয় শিবিৰৰ পৰাই এটি 6 বছৰীয়া শিশু বানত পৰি উটি যোবাৰ ফলত সন্ধানহীন হয়। শিশুটি দক্ষিণ বৰভিটাৰ আশ্ৰব আলীৰ পুত্ৰ আল আমিন। আনহাতে,বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হোৱা নাই যদিও আৰক্ষীৰ বিষয়া উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখে ৷

Intro:slug: as_jania_16jun_child_missing_for_flood_spl_pkg_story_vis4+byt1_asc10058

জনীয়া, ১৬ জুলাই: জনীয়া সমষ্টিৰ বাৰভিটাত বাঢ়নি পানীৰ সোঁতে উটুৱাই নিলে এগৰাকী ৫ বছৰীয়া শিশুক।Body:slug: as_jania_16jun_child_missing_for_flood_spl_pkg_story_vis4+byt1_asc10058

কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বৰভিটা উপ আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ বৰভিটা দলঙৰ ওপৰত কেইবাটিও বানাক্ৰান্ত পৰিয়াল শিবিৰ পাতি আশ্ৰয় লৈ আছে । আজি বিয়লি আশ্ৰয় শিবিৰৰ পৰা এটি ৫ বছৰীয়া শিশু বানৰ পানীত পৰি যায় আৰু বান পানীৰ শ্ৰোতত শিশুটিক উটুৱাই নিয়াত শিশুটি সন্ধানহীন হয়। শিশুটি দক্ষীন বৰভিটাৰ আশ্ৰব আলীৰ পুত্ৰ আল আমিন। স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই আছে। বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে SDRF ৰ কোনো মানুহ উপস্থিত হোৱা নাই যদিও আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।Conclusion:slug: as_jania_16jun_child_missing_for_flood_spl_pkg_story_vis4+byt1_asc10058

বাইট: স্থানীয় ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.