ETV Bharat / state

শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

author img

By

Published : Dec 6, 2019, 12:36 PM IST

বৰপেটাৰ পৰা চুৰি হোৱা এখন বলেৰ' পিক্আপ ভানৰ সূত্ৰৰ ভিত্তিতে শ্বিলঙত গ্ৰেপ্তাৰ কৰে দুধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনি সদস্যক ৷ গ্ৰেপ্তাৰ হোৱা তিনি গাড়ী চোৰ হৈছে হাইলাকান্দিৰ নুনাইখালৰ টিংকু নাথ, বৰপেটা বান্দালীৰ বাবুল আলী আৰু বেলট্টাৰীৰ জাহাংগীৰ আলম

বৰপেটা
শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

বৰপেটা, ৬ ডিচেম্বৰ : বৰপেটা আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ কৰে এটা দূধৰ্ষ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ ৷ বৰপেটাৰ পৰা চুৰি হোৱা এখন বলেৰ' পিকআপ ভানৰ সূত্ৰৰ ভিত্তিতে শ্বিলঙত গ্ৰেপ্তাৰ কৰে দুধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনি সদস্যক ৷ গ্ৰেপ্তাৰ হোৱা তিনি গাড়ী চোৰ হৈছে হাইলাকান্দিৰ নুনাইখালৰ টিংকু নাথ, বৰপেটা বান্দালীৰ বাবুল আলী আৰু বেলট্টাৰীৰ জাহাংগীৰ আলম ৷

শ্বিলঙত গ্ৰেপ্তাৰ গাড়ী চোৰ চক্ৰ

ইপিনে গাড়ী চোৰ চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো দুধৰ্ষ গাড়ী চোৰ পলাতক হৈ থকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাসে জনোৱা অনুসৰি, বিগত ২৯ নৱেম্বৰৰ নিশা বৰপেটাৰ হাঁহচৰাৰ জিয়াৰুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা চুৰি হৈছিল AS-07-AC-4813 নম্বৰৰ বলেৰ' পিক'আপ ভানখন ৷

উল্লেখ্য যে, গাড়ীখন চুৰি কৰি মেঘালয়ৰ শ্বিলঙলৈ নি গাড়ীখন বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল গাড়ী চোৰ চক্ৰটোৱে ৷ এই খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই গাড়ী চোৰ চক্ৰটোৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে বৃহস্পতিবাৰে গাড়ীচোৰ কেইজনক আদালতত হাজিৰ কৰাৰ পিচতে আদালতে চোৰ কেইজনক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ৷ ইপিনে আৰক্ষীয়ে গাড়ীচোৰ চক্ৰটোৰ আন কেইজনক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

Intro:
বৰপেটা, ৬ ডিচেম্বৰঃ বৰপেটা আৰক্ষীয়ে অভিযান চলাই শ্বিলঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে এটা দূধৰ্ষ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ ৷ বৰপেটাৰ পৰা চুৰি হোৱা এখন বলেৰ' পিকআপ ভানৰ সূত্ৰ ধৰি শ্বিলঙত গ্ৰেপ্তাৰ কৰে দূধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনি সদস্যক ৷ Body:গ্ৰেপ্তাৰ তিনি গাড়ী চোৰ হৈছে হাইলাকান্দিৰ নুনাইখালৰ টিংকু নাথ, বৰপেটা বান্দালীৰ বাবুল আলী আৰু বেলট্টাৰীৰ জাহাংগীৰ আলম ৷ ইপিনে গাড়ী চেৰ চক্ৰটোৰ সৈতে জড়িত আন কেবাজনো দূধৰ্ষ গাড়ী চোৰ পলাতক হৈ থকা বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ দাসে জনোৱা মতে, যোৱা ২৯ নৱেন্বৰৰ নিশা বৰপেটাৰ হাঁহচৰাৰ জিয়াৰুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা চুৰি হৈছিল এএছ 07এচি 4813 নম্বৰৰ বলেৰ' পিক'আপ ভান এখন ৷ গাড়ীখন চুৰি কৰি মেঘালয়ৰ শ্বিলঙলৈ নি গাড়ীখন বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল ৷ এই খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই গাড়ী চোৰ চক্ৰটোৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে বৃহস্পতিবাৰে গাড়ীচেৰ কেইজনক আদালতত হাজিৰ কৰাৰ পিচতে আদালতে চোৰ কেইজনক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ৷ ইপিনে আৰক্ষীয়ে গাড়ীচোৰ চক্ৰটোৰ আন কেইজনক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

Conclusion:বাইটঃ অ'চি, বৰপেটা ৷

---- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.