জনীয়া, 23 জুলাইঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত সোমবাৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আজি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী আছৰ উদ্দীনৰ মৃত্যুৰ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷ইয়াৰোপৰি বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা আছাৰ উদ্দীনক ৰক্ষা কৰিবলৈ গৈ জয়নব খাতুন আৰু আজগৰ আলী নামৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হয় ৷ উল্লেখযোগ্য যে, শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে ৰাজ্যখনত এজনৰ পাছত এজন লোকে এনেদৰে প্ৰাণ দিব লগা হোৱাত বিভাগটোৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷
শক্তি বিভাগৰ অকর্মণ্যতাত পুনৰ প্ৰাণ গ'ল এজনৰ - assam government
বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত সোমবাৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ
জনীয়া, 23 জুলাইঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত সোমবাৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আজি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী আছৰ উদ্দীনৰ মৃত্যুৰ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷ইয়াৰোপৰি বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা আছাৰ উদ্দীনক ৰক্ষা কৰিবলৈ গৈ জয়নব খাতুন আৰু আজগৰ আলী নামৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হয় ৷ উল্লেখযোগ্য যে, শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে ৰাজ্যখনত এজনৰ পাছত এজন লোকে এনেদৰে প্ৰাণ দিব লগা হোৱাত বিভাগটোৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷
জনীয়া, ২৩ জুলাই: কলগাছিয়াৰ কাউৰঝাহিত বিদ্যুৎপৃষ্ঠ হৈ আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যুত পথ অৱৰোধ। অতি সোনকালে ক্ষতিপূৰণ আৰু পৰিয়ালটোক এখন চাকৰি দিয়াৰ দাবীত এই অৱৰোধ।Body:slug: as_jania_23jul_path_oboradh_vis2+byt2_spl_story_asc10058
বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কাউৰঝাহি গাঁওত কালি বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আছৰ উদ্দীন নামৰ এজন লোকৰ মৃত্যু হোৱাত আজি গাঁওৰ ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদ কাৰীয়ে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তোলে।পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী আছৰ উদ্দীনৰ মৃত্যুৰ ক্ষতিপূৰণৰ লগতে পৰিয়ালটোক বিদ্যুৎ বিভাগৰ পৰা এখন দিয়াৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে, আছৰ উদ্দীনক ৰক্ষা কৰিবলৈ গৈ জয়নব খাতুন আৰু আজগৰ আলী নামৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। Conclusion:slug: as_jania_23jul_path_oboradh_vis2+byt2_spl_story_asc10058
মন্তব্য: প্ৰতিবাদকাৰী গাঁওবাসীৰ মন্তব্য।
স্বফিকুল হাছান, জনীয়া।