ETV Bharat / state

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’ নামৰ এখন গ্ৰন্থ উন্মোচন হয় দেওবাৰে সৰভোগৰ বাড্‌চ একাডেমীত ৷

author img

By

Published : Sep 16, 2019, 12:29 PM IST

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

সৰভোগ,16 চেপ্তেম্বৰঃ দেওবাৰে সৰভোগৰ বাড্‌চ একাডেমীত বিশিষ্ট শিক্ষক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ ৰচিত আৰু সৰভোগ বা্ডচ একাডেমীৰ দ্বাৰা প্ৰকাশিত ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’ নামৰ এখন গ্ৰন্থ উন্মোচন হয় ৷ এই গ্ৰন্থখন উন্মোচন কৰে,অসম সাহিত্য সভাৰ গুৱাহাটী শাখাৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই। এই সভাত তেখেতে কয় যে অসমীয়া ভাষাটো হৈছে বিভিন্ন ভাষাৰ উপভাষাৰ সমষ্টি ৷

সৰভোগৰ বাড্‌চ একাডেমীত উন্মোচন ‘বৰনগৰীয়া ভাষা আৰু অন্যান্য’

ভাষা এটা গঠন কৰিবলৈ হ'লে উপভাষাৰ অৰিহণা লাগিবই আৰু বৰনগৰীয়া ভাষাৰ যি বৈশিষ্ট তাক গ্ৰন্থাকাৰে প্ৰকাশ কৰিছে ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। তেওঁৰ এই গৱেষণামূলক পুথিখনে অসমীয়া ভাষাক সমৃদ্ধশালী কৰিব। ইয়াৰ লগতে উপভাষাবোৰৰ গুৰুত্ব দিবলৈ আহ্বান জনায় লেখকে।

Intro:slug: as_jania_15sep_grantha_unmochoni_hobha_vis2+byt2+pho1_story_asc10058

Anchor: সৰভোগৰ বাড্‌চ একাডেমিত প্ৰকাশিত বৰ্ণগৰীয়া ভাষা আৰু অন্যান্য নামৰ এখন গ্ৰন্থ উন্মোচনী সভা।Body:slug: as_jania_15sep_grantha_unmochoni_hobha_vis2+byt2+pho1_story_asc10058

VO: আজি সৰভোগৰ বাড্‌চ একাডেমিত বিশিষ্ট শিক্ষক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ ৰচিত আৰু সৰভোগ বা্ডচ একাডেমিৰ দ্বাৰা প্ৰকাশিত বৰনগৰীয়া ভাষা আৰু অন্যান্য নামৰ এখন গ্ৰন্থ উন্মোচন হয়৷ এই গ্ৰন্থখন উন্মোচন কৰে, অসম সাহিত্য সভাৰ গুৱাহাটী শাখাৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই। এই সভাত শৰ্মা ডাঙৰীয়া কয়, অসমীয়া ভাষাটো হৈছে বিভিন্ন ভাষাৰ উপভাষাৰ জৰিয়তে। ভাষা এটা ঘঠন কৰিবলৈ হলে উপভাষাৰ গৰিহণা লাগিবই আৰু বৰনগৰীয়া ভাষাৰ যি গ্ৰন্থ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য্য প্ৰকাশ কৰিছে। তেওঁৰ এই গৱেষণালব্ধ পুথিখন অসমীয়া ভাষা সমৃদ্ধশালী কৰিব। অসমীয়া ভাষা কেৱল সংস্কৃতিৰ পৰা সৃষ্টি হোৱা ভাষা নহয়, ইয়াত সংস্কৃত শব্দৰ লগতেই যতেষ্ঠ সংখ্যক জনজাতীয় জনগোষ্ঠীয় আৰু বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে উপভাষাবোৰৰ গুৰুত্ব দিবলৈ আহ্বান জনায়।Conclusion:slug: as_jania_15sep_grantha_unmochoni_hobha_vis2+byt2+pho1_story_asc10058

Byt: অসম সাহিত্য সভাৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.