ETV Bharat / state

চাৰি বছৰীয়া উল্মাক লাগে আপোনাৰ সহায়

author img

By

Published : Jul 3, 2019, 10:43 AM IST

Updated : Jul 3, 2019, 10:51 AM IST

বৰপেটা জিলাৰ হাউলিৰ নুনমাটি গাঁৱৰ উম্মে ছালমা নামৰ শিশুটি আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত । শিশুটিক চিকিৎসাৰ বাবে লাগে আপোনাৰ সহায়

চাৰি বছৰীয়া উল্মাক লাগে আপোনাৰ সহায়

বৰপেটা,৩ জুলাই : পখিলা খেদাৰ বয়সত এটি চাৰি বছৰীয়া কণমানিৰ জীৱনলৈ নামি আহিছে অমানিশা। কণমানিটো আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত। কণমানিটোৰ সহায়ৰ বাবে পৰিয়ালটোৱে বিচাৰিছে আপোনাৰ সহায়। বৰপেটা জিলাৰ হাউলিৰ নুনমাটি গাঁৱৰ বাসিন্দা শ্বাহ আলমৰ পুত্ৰ উম্মে ছালমা দুমাহ পূৰ্বে আক্ৰান্ত হৈছিল ব্লাড কেঞ্চাৰত। শাৰিৰীক অসুস্থতাৰ বাবে কণমানি উম্মে ছালমাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । কিন্তু চিকিৎসকে শিশুটি ব্লাড কেঞ্চাৰত আক্ৰান্ত হোৱা বুলি মন্তব্য কৰে। ম'হৰ গাড়ী চলাই কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটিৱে চিকিৎসকৰ এই মন্তব্য শুনাৰ পাছতেই চিন্তিত হৈ পৰে। অৰ্থৰ অভাৱত পৰিয়ালটোৱে শিশুটিৰ উপযুক্ত চিকিৎসা কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হৈছে । কাৰণ শিশুটিৰ চিকিৎসাৰ বাবে ধন গোটাবলৈ অক্ষম পৰিয়ালটো। বৰ্তমান শিশুটি চিকিৎসাধীন হৈ আছে জি এম চি এইচত। শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে বিচাৰিছে আপোনাৰ সহায়। যদি কোনো ব্যক্তিয়ে কণমানিটিক সহায় কৰিব বিচাৰে তেন্তে ষ্টেট বেংক অব ইণ্ডিয়াৰ AC-36935536533
IFSC : SBIN0002013 ,

Branch : Barpeta Road অথবা 8402088612 নম্বৰত যোগাযোগ কৰিব পাৰে ।

Intro:বৰপেটা, ৩ জুলাইঃ মাতৃৰ কোলাত থকা এই শিশুটোৰ বয়স মাত্ৰ চাৰি বছৰ । নাম তাইৰ উম্মে ছালমা । উম্মে ছালমা নামৰ কনমানি এই শিশুটিৰ ঘৰ বৰপেটা জিলাৰ হাউলি চহৰৰ সমীপৰ নুনমাটি গাৱঁত ।Body: উম্মে ছালমাৰ লগতে চাৰিটা সন্তানৰ পিতৃ শ্বাহ আলমে ম'হৰ গাড়ী এখন চলাই কোনোমতে পৰিয়ালটো পোহপাল দি আহিছিল ৷ পিছে শ্বাহ আলমৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে দূৰ্যোগ ৷ পখিলাৰ পিছে পিছে দৌৰি ফুৰা বয়সত এই কণমানিজনীৰ শৰীৰত বাহ লৈছে ব্লাড কেঞ্চাৰে ৷ দুমাহ পূৰ্বৰ পৰা শাৰিৰীক অসুস্থতাত ভোগা শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিচতেই চিকিৎসকে ঘোষণা কৰিছিল ফলকুমলীয়া শিশুটি আক্ৰান্ত হৈছে ব্লাড কেঞ্চাৰত ৷ এই কথা শুনাৰ পিচৰে পৰাই ম'হৰ গাড়ী চলাই কোনোমতে পেটে ভাতে খাই থকা দুখীয়া পৰিয়ালটোলৈ এতিয়া নামি আহিছে অমানিশা ৷ অৰ্থৰ অভাৱৰ বাবেই পৰিয়ালটোৱে শিশুটিৰ উপযুক্ত চিকিৎসা কৰিবলৈ গৈ থমকি ৰবলগীয়া হৈছে ৷ কাৰণ শিশুটোৰ ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাবলৈ অক্ষম পৰিয়ালটো ৷ জিএমছিএইছত চিকিৎসা চলাই থকা শিশুটিৰ বাবে আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত ৷ কণমানিজনীৰ চিকিৎসাৰ বাবে পিতৃ মাতৃয়ে আপোনালোকৰ পৰা বিচিৰিছে সহায় । আপোনাৰ কিঞ্চিৎ সহায়ে শিশুটিক দান দিব পাৰে এটা নতুন জীৱন ৷ আপুনি সহায় কৰিব বিচাৰিলে ষ্টেট বেংক অব ইণ্ডিয়াৰ এইটো একাউন্টত দান আগবঢ়াব পাৰে ৷ SBI Ac no 36935536533
IFSC : SBIN0002013
Branch : Barpeta Road ৷
অথবা পৰিয়ালটোৰ সৈতে এইটো নম্বৰত যোগাযোগ কৰিব পাৰে 8402088612 ৷

Conclusion:বাইটঃ শিশুটিৰ মাতৃ ৷
বাইটঃ আমছু নেতা ৷
--- বাপকন দাস, বৰপেটা
Last Updated : Jul 3, 2019, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.