ETV Bharat / state

বৰপেটাৰ বহৰিত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন

দেওবাৰে বৰপেটাৰ বহৰি হৰিদেৱ ক্ষেত্ৰত ভাৰতীয় জনতা দলৰ পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ এই সভাতে কেইবাজনো বিজেপিৰ বিষয়া-কৰ্মীক আনুষ্ঠানিক ভাৱে বৰপেটা জিলাৰ পৃষ্ঠ প্ৰমুখৰ নিযুক্ত পত্ৰ প্ৰদান কৰা হয় ৷

author img

By

Published : Feb 8, 2021, 10:14 AM IST

বহৰিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷
বহৰিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷

বৰপেটা, 8 ফেব্ৰুৱাৰী : দেওবাৰে বৰপেটাৰ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা দলৰ পৃষ্ঠ প্ৰমুখ সন্মিলন ৷ বিজেপিৰ এই সভাত উপস্থিত থাকে বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক বসন্ত ঠাকুৰীয়া,বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস,অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ লগতে বিজেপিৰ দলীয় নেতা কৰ্মী আৰু স্থানীয় ৰাইজ ৷

বহৰিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন
বহৰিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

এই সভাতে কেইবাজনো বিজেপিৰ বিষয়া-কৰ্মীক আনুষ্ঠানিক ভাৱে বৰপেটা জিলাৰ পৃষ্ঠ প্ৰমুখৰ নিযুক্ত পত্ৰ প্ৰদান কৰা হয় ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি নেতা তথা অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে অনাগত ছয় মাহৰ ভিতৰত চেঙাত উদ্যোগ পাম শুভাৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে ৷ আনহাতে,বিধায়ক শুকুৰ আলি আহমেদৰ সন্দৰ্ভতো মন্তব্য কৰে বিজেপি নেতা জিতু তালুকদাৰে ৷ শুকুৰ আলী শক্তিশালী নেতা নহয় । বিজেপি নেতা তথা উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ গৰাকীয়ে উল্লেখ কৰা অনুসৰি চেঙাৰ ৰাইজে বিধায়ক শুকুৰ আলী আহমেদক অকৰ্মান্য,অপদাৰ্থ বুলি মন্তব্য কৰে ৷

সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজৰ দুখ- দুৰ্গতি দেখি বিজেপি চৰকাৰ উদ্বিগ্ন হৈ পৰিছে । সেয়ে চৰকাৰী সকলো আঁচনিয়ে যাতে সমভাৱে ৰূপায়ণ কৰা হয় তাৰ বাবে অসম চৰকাৰে কাম কৰি আছে বুলি মন্তব্য কৰে বিজেপিৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : অচিৰেই মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.