ETV Bharat / state

তৰুণ গগৈ এজন মেৰুদণ্ডহীন ৰাজনীতিবিদঃ শ্বহিদুল ইছলাম - তৰুণ গগৈ এজন মেৰুদণ্ডহীন ৰাজনীতিবিদঃ

এন আৰ চিক পেলনীয়া কাগজ আখ্যা দিয়া সন্দৰ্ভত তৰুণ গগৈক এজন মেৰুদণ্ডহীন ৰাজনীতিবিদ আখ্যা শ্বহিদুল ইছলামৰ। জনীয়া উপ-নিৰ্বাচন উপলক্ষে জনীয়াৰ বিভিন্ন ক্লাৱ, এন জি ও আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল বিতৰণ কৰি এই মন্তব্য বিজেপি নেতাগৰাকীয়ে ।

তৰুণ গগৈ এজন মেৰুদণ্ডহীন ৰাজনীতিবিদঃ শ্বহিদুল ইছলাম
author img

By

Published : Sep 17, 2019, 3:11 PM IST

জনীয়া, 17 চেপ্তেম্বৰঃ সন্মুখত জনীয়া সমষ্টিৰ উপ নিৰ্বাচন। এই উপ নিৰ্বাচনক কেন্দ্ৰ কৰি জনীয়া বিধান সভা সমষ্টিৰ গাদী দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে। তাৰ মাজতে বিজেপি দলৰ টিকট প্ৰত্যাশী সকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰতে অন্যতম টিকট প্ৰত্যাশী হৈছে বিজেপি দলৰ যুৱ নেতা তথা আইনজীৱী শ্বহিদুল ইছলাম। শ্বহিদুল ইছলামে ক্ৰীড়াৰ ক্ষেত্ৰখন আগুৱাই নিবলৈ মঙলবাৰে জনীয়া সমষ্টিৰ বিভিন্ন ক্লাৱ আৰু এন জি অ তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে ফুটবল। ফুটবল বিতৰণ কৰাৰ পিছত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এক প্ৰশ্নৰ উত্তৰত কয় যে, কেৱল উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ফুটবল বিতৰণ কৰা হোৱা নাই। ইয়াৰ পূৰ্বেও ১০ বছৰ আগত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ মাজত ৩০ লাখ টকাৰ টিনপাত বিতৰণ কৰিছিল বুলি মন্তব্য কৰে ৷

তৰুণ গগৈ এজন মেৰুদণ্ডহীন ৰাজনীতিবিদঃ শ্বহিদুল ইছলাম

আনহাতে বিজেপি দলে টিকট প্ৰদান কৰক বা নকৰক তেওঁ ৰাজহুৱা কাম কৰি যাব বুলি মন্তব্য কৰে। ইফালে কলগাছিয়াত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ নিৰ্বাচনী বৈঠকত বিজেপি নেতা শ্বহিদুল ইছলামৰ নাম উল্লেখ কৰাৰ বাবে ৰাজ্যিক সভাপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চিক পেলনীয়া কাগজ আখ্যা দিয়া সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তৰুণ গগৈক মেৰুদণ্ডহীন ৰাজনীতিবিদ আখ্যা দিয়ে শ্বহিদুল ইছলামে।

Intro:slug: as_jania_17sep_bjp_leader_thanks_to_ripun_bora_vis1+byt2+pho1_story_asc10058

Anchor: তৰুণ গগৈ এজন মেৰুদণ্ডহীন ৰাজনীতিবিদ। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাক ধন্যবাদ জ্ঞাপন। জনীয়া উপ-নিৰ্বাচন উপলক্ষে জনীয়াৰ বিভিন্ন ক্লাৱ, এন জি ও আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল বিতৰণ কৰি এই মন্তব্য বিজেপি নেতা শ্বহিদুল ইছলামৰ।Body:slug: as_jania_17sep_bjp_leader_thanks_to_ripun_bora_vis1+byt2+pho1_story_asc10058

Anchor: তৰুণ গগৈ এজন মেৰুদণ্ডহীন ৰাজনীতিবিদ। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাক ধন্যবাদ জ্ঞাপন। জনীয়া উপ-নিৰ্বাচন উপলক্ষে জনীয়াৰ বিভিন্ন ক্লাৱ, এন জি ও আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল বিতৰণ কৰি এই মন্তব্য বিজেপি নেতা শ্বহিদুল ইছলামৰ।

VO-1: সন্মুখত জনীয়া সমষ্টিৰ উপ নিৰ্বাচন। এই উপ নিৰ্বাচনক কেন্দ্ৰ কৰি জনীয়া বিধান সভা সমষ্টিৰ গাদী দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে। তাৰ মাজতে বিজেপি দলৰ টিকট প্ৰত্যাশি সকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰতে অন্যতম টিকট প্ৰত্যাশী হৈছে বিজেপি দলৰ যুৱ নেতা তথা আইনজীৱী শ্বহিদুল ইছলাম। শ্বহিদুল ইছলামে ক্ৰীড়াৰ ক্ষেত্ৰখন আগুৱাই নিবলৈ আজি জনীয়া সমষ্টিৰ বিভিন্ন ক্লাৱ আৰু এন জি অ তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে ফুটবল। ফুটবল বিতৰণ কৰাৰ পিছত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এক প্ৰশ্নৰ উত্তৰত কয় যে, কেৱল উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ফুটবল বিতৰণ কৰা হোৱা নাই। ইয়াৰ পূৰ্বেও ১০ বছৰ পূৰ্বে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ মাজত ৩০ লাখ টকাৰ টিনপাত বিতৰণ কৰিছিল বুলি মন্তব্য কৰি বিজেপি দলে টিকট প্ৰদান কৰক বা নকৰক তেওঁ ৰাজহুৱা কাম কৰি যাব বুলি মন্তব্য কৰে। ইফালে কলগাছিয়াত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ নিৰ্বাচনী বৈঠকত বিজেপি নেতা শ্বহিদুল ইছলামৰ নাম উল্লেখ কৰাৰ বাবে ৰাজ্যিক সভাপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চিক পেলনীয়া কাগজ আখ্যা দিয়া সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তৰুণ গগৈক মেৰুদণ্ডহীন ৰাজনীতিবিদ আখ্যা দিয়ে শ্বহিদুল ইছলামে।Conclusion:slug: as_jania_17sep_bjp_leader_thanks_to_ripun_bora_vis1+byt2+pho1_story_asc10058

Byte: শ্বহিদুল ইছলামৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.