ETV Bharat / state

লক ডাউনৰ বাবে বৰপেটাৰ হাউলীত অনুষ্টুপীয়াকৈ উদযাপন বিহু সন্মিলনী - হাউলী ৰঙালী বিহু সন্মিলনী

বিশ্বজুৰি কৰ'ণা ভাইৰাছে সৃষ্টি কৰা আতংক আৰু ৰাজ্যখনত চলি থকা লক ডাউনৰ বাবে এইবেলি অনুষ্টুপীয়াভাৱেই উদযাপন কৰা হয় ৰঙালী বিহু সন্মিলন খনি ৷

Bihu celebrated as simple ceremoney at Barpeta during lockdown
লক ডাউনৰ বাবে বৰপেটাৰ হাউলীত অনুষ্টুপীয়াকৈ উদযাপন বিহু সন্মিলনী
author img

By

Published : Apr 21, 2020, 5:24 PM IST

বৰপেটা,21 এপ্ৰিল: লক ডাউনে ব্যাহত কৰিছে স্বাভাৱিক জনজীৱন ৷ অসমীয়া বাপোটি সাহোন বিহুৰ ওপৰতো পৰিছে লক ডাউনৰ প্ৰভাৱ ৷ কোচৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজহাউলী হাউলী চহৰত প্ৰতিবছৰে বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহু ৷ কিন্তু এইবেলি 42 বছৰত পদাৰ্পণ কৰা হাউলী ৰঙালী বিহু সন্মিলনীৰ উদযাপনৰ ক্ষেত্ৰত নাই কোনো উচাহ ৷ সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছে সৃষ্টি কৰা আতংক আৰু ৰাজ্যখনত চলি থকা লক ডাউনৰ বাবে এইবেলি অনুষ্টুপীয়াভাৱেই উদযাপন কৰা হয় ৰঙালী বিহু সন্মিলন খনি ৷

উল্লেখ্য যে,ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে সদৌ হাউলী ৰঙালী বিহু সন্মিলনী উদযাপন সমিতিয়ে বিহু পতাকা উত্তোলনেৰে সামৰণি মাৰে বিহুৰ ৷ আনহাতে স্বদেশ স্বজাতিৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পন আৰু স্মৃতি তৰ্পনেৰে সামৰণি মৰা হয় বিহুৰ ৷

লক ডাউনৰ বাবে বৰপেটাৰ হাউলীত অনুষ্টুপীয়াকৈ উদযাপন বিহু সন্মিলনী

লগতে পঢ়কঃ ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.