ETV Bharat / state

পৰম্পৰাগত ৰীতি-নীতিৰে জনীয়াত চড়ক পূজা পালন

author img

By

Published : Apr 15, 2021, 6:38 AM IST

Updated : Apr 15, 2021, 10:31 AM IST

জনীয়াৰ ছাপৰা গাঁৱত বঙালী সম্প্ৰদায়ৰ লোকসকলে অনুষ্ঠিত কৰিলে চড়ক পূজা ৷ ধৰ্মীয় ৰীতি-নীতি অনুসৰি চ'ত মাহৰ শেষৰ দিনটোত অনুষ্ঠিত কৰা হয় পূজাভাগ ৷ এটুকুৰা কাঠক মহাদেৱ বুলি গণ্য কৰি পূজা-অৰ্চনা কৰাৰ লগতে মানুহৰ ঘৰে ঘৰে গৈ সকলোৰে মংগল কামনা কৰে ৷

Charak Puja
Charak Puja

জনীয়া,15 এপ্ৰিল: প্ৰতিবছৰৰ দৰে এইবেলিও জনীয়াৰ ছাপৰা গাঁৱত বঙালী সম্প্ৰদায়ৰ লোকসকলে অনুষ্ঠিত কৰে চড়ক পূজা ৷ ধৰ্মীয় ৰীতি-নীতি অনুসৰি চ'ত মাহৰ 23 তাৰিখৰ পৰা এই পূজাৰ নিয়ম আৰম্ভ হয় যদিও চ'ত মাহৰ শেষৰ দিনটোত অনুষ্ঠিত কৰা হয় মূল পূজাভাগ ৷ এটুকুৰা কাঠক মহাদেৱ বুলি গণ্য কৰি পূজা-অৰ্চনা কৰাৰ লগতে মানুহৰ ঘৰে ঘৰে গৈ সকলোৰে মংগল কামনা কৰে ৷

পৰম্পৰাগত ৰীতি-নীতিৰে জনীয়াত চড়ক পূজা পালন

বছৰটো যাতে সকলোৰে ভালে কুুশলে যায় তাৰে কামনা কৰি বান ৰজাই শক্তি প্ৰদৰ্শনৰ নিমিত্তে এই পূজা কৰিছিল বুলি প্ৰচলন আছে ৷ কলেৰা, বসন্ত আদি মহামাৰীয়ে যাতে ৰাইজৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে বান ৰজাই দেবী আৰ্য্যা আৰু বৈশালীকো পূজা-অৰ্চনা কৰিছিল বুলি লোক প্ৰবাদ আছে ৷ বিশেষকৈ এজন লোকৰ পিঠিত বৰশীৰে বিন্ধাই ওপৰত সাত পাক ঘূৰোৱাই হৈছে এই পূজাৰ মূল আকৰ্ষণ ৷

লগতে পঢ়ক: ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ

Last Updated : Apr 15, 2021, 10:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.