ETV Bharat / state

বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত কৰাৰকুৰ বেঁকী দলঙৰ গাইড বান্ধ

author img

By

Published : Jul 31, 2019, 5:10 PM IST

সংহাৰী বানৰ পিছত এতিয়া বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ ইফালে বেঁকী নৈৰ বুকুত জাহ যোৱা গাইড বান্ধটো পৰ্যবেক্ষণ কৰিবলৈ অহা বিভাগীয় অভিযন্তাই সাংবাদিকক দেখি খহনীয়াথলীৰ পৰা পথাৰৰ মাজেৰে বোকা ফেনেকি পলায়ন কৰৰৈ অভিযোগ

গৰাখহনীয়াৰ কবলত বেঁকী দলঙৰ গাইড বান্ধ

জনীয়া,৩১ জুলাইঃ সংহাৰী বানৰ পিছত এতিয়া বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া। বুধবাৰে পুৱাৰ পৰা হোৱা বেঁকী নৈৰ খহনীয়াত জাহ যায় বেঁকী দলঙৰ গাইড বান্ধ। বিগত বছৰো একেই স্থানতে ব্যাপক গৰাখহনীয়া হৈ 4 টা পৰিয়ালৰ ঘৰ-বাৰী,মছজিদ,বিদ্যালয়ৰ লগতে ৰাজ্যিক ঘাইপথ জাহ যোৱাৰ ফলত চাৰি মাহ পূৰ্বে বেঁকী দলঙৰ পূব প্ৰান্তত জীও বেগ আৰু বালিৰে নিৰ্মাণ কৰা হৈছিল এই গাইড বান্ধ।

গৰাখহনীয়াৰ কবলত বেঁকী দলঙৰ গাইড বান্ধ

অভিযন্তাৰ নিম্ন মানৰ কামৰ বাবেই বুধবাৰে এই গাইড বান্ধটো বেঁকী নৈত জাহ যোৱা বুলি অভিযোগ কৰে ৰাইজে। ইফালে বেঁকী নৈৰ বুকুত জাহ যোৱা গাইড বান্ধটো পৰ্যবেক্ষণ কৰিবলৈ অহা বিভাগীয় অভিযন্তাই সাংবাদিকক দেখি খহনীয়াথলীৰ পৰা পথাৰৰ মাজেৰে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত অতি সোনকালে তদন্ত কৰি বিহীত ব্যৱস্থা কৰিবলৈ বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে।

Intro:slug: as_jania_31jul_eroded_guide_bandh_vis2+byt3+pho1_spl_pkg_story_asc10058

জনীয়া, ৩১ জুলাই: বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়াৰ কৱলত কৰাৰকুৰ বেঁকী দলঙৰ গাইড বান্ধ। আজি ৰাতিপুৱাৰ পৰা হৈ থকা খহনীয়াত জাহ গল গাইড বান্ধ। বিকল্প ৰাজ্যিক ঘাই পথলৈ তীব্ৰ ভাবুকি। সাংবাদিক দেখি পলায়ন বিভাগীয় অভিযন্তা।Body:slug: as_jania_31jul_eroded_guide_bandh_vis2+byt3+pho1_spl_pkg_story_asc10058

সংহাৰী বানৰ পিছত এতিয়া বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া। আজি ৰাতিপুৱাৰ পৰা হোৱা বেঁকী নৈৰ খহনীয়াত জাহ গল বেঁকী দলঙৰ গাইড বান্ধ। যোৱা বছৰ একেই স্থানত ব্যাপক গৰাখহনীয়া হৈ চাৰিটা পৰিয়ালৰ ঘৰ-বাৰী, মছজিদ, বিদ্যালয়ৰ লগতে ৰাজ্যিক ঘাইপথ জাহ যোৱাৰ ফলত চাৰি মাহ পূৰ্বে বেঁকী দলঙৰ পূব প্ৰান্তত জীও বেগ আৰু বালিৰে নিৰ্মান কৰা হৈছিল এই গাইড বান্ধ। নিম্ন মানৰ কাম কৰাৰ বাবেই আজি এই গাইড বান্ধখন বেঁকী নৈত জাহ গৈছে বুলি ৰাইজে অভিযোগ কৰিছে। ইফালে বেঁকী নৈৰ বুকুত জাহ যোৱা গাইড বান্ধখন পৰ্যবেক্ষণ কৰিব অহা ডেকা উপাধিৰ বিভাগীয় অভিযন্তাই সাংবাদিক দেখি খহনীয়াথলীৰ পৰা পথাৰৰ মাজেৰে বোকা ফেনেকি পলায়ন কৰে। এই ক্ষেত্ৰত অতি সোনকালে তদন্ত কৰি বিহীত ব্যৱস্থা কৰিবলৈ বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে।
Conclusion:slug: as_jania_31jul_eroded_guide_bandh_vis2+byt3+pho1_spl_pkg_story_asc10058

বাইট: স্থানীয় ৰাইজ আৰু ঠিকাদাৰৰ মহৰীৰ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.