ETV Bharat / state

মাত্ৰ কেইটামান মূহুৰ্তঃ সাজু বৰপেটা জিলা প্ৰশাসন - 31 আগষ্ট

31 আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা ৷ বৰপেটাত এন আৰ চি প্ৰকাশৰ পিচত কোনো যাতে ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ প্ৰতি বিশেষ সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে ৷ বৰপেটা জিলাত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছে ৷ আইন শৃংখলাজনিত সকলোধৰণৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সাজু আছে জিলা প্ৰশাসন ৷

মাত্ৰ কেইটামান মূহুৰ্তঃ সাজু বৰপেটা জিলা প্ৰশাসন
author img

By

Published : Aug 30, 2019, 6:42 PM IST

বৰপেটা, 30 আগষ্টঃ 31 আগষ্ট অৰ্থাৎ কাইলৈ প্ৰকাশ পাব চূড়ান্ত এন আৰ চি ৷ ৰাজ্যখনৰ আন জিলাৰ লগতে বৰপেটা জিলাতো এন আৰ চি প্ৰকাশক লৈ ব্যাপক উৎসুকতা ৷ এন আৰ চি প্ৰকাশৰ পিচত জিলাখনত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ প্ৰতি বিশেষ সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে ৷ ইতিমধ্যে আইন শৃংখলা ৰক্ষাৰ বাবে বৰপেটা জিলাত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছে ৷ আইন শৃংখলাজনিত সকলোধৰণৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সাজু জিলা প্ৰশাসন এই কথা সদৰি কৰে,বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে ৷ আনহাতে,চ'ছিয়েল মিডিয়াৰ ফেচবুক,হোৱাটছ্ এপ আদিৰ ওপৰতো চোকা নজৰ ৰাখিছে বুলি প্ৰকাশ কৰে জিলা প্ৰশাসনে ৷

Intro:

বৰপেটা, ৩০ আগষ্টঃ কাইলৈ প্ৰকাশ পাব এন আৰ চি ৷ ৰাজ্যখনৰ অন্যান্য জিলৰ লগতে বৰপেটা জিলাতো দিনৰ ১০ বজাত জিলাখনত প্ৰকাশ পাব এন আৰ চি ৷ এনআৰচি প্ৰকাশৰ পিচত জিলাখনত যাতে কোনো ধৰনৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হব নোৱাৰে তাৰপ্ৰতি বিশেষ সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে ৷ Body:ইতিমধ্যে আইন শৃংখলা ৰক্ষাৰ বাবে বৰপেটা জিলাত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছে ৷ জিলাখনৰ প্ৰতিখন চহৰৰ লগতে ভিতৰুৱা গ্ৰামাঞ্চলসমুহতো আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ জোৱানে ব্যাপক তহলৰ ব্যৱস্থা হাতত লৈছে ৷ কোনো দুস্কৃতিকাৰীয়ে যাতে এন আৰ চিৰ অচিলা লৈ কোনো ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতিও সজাগ ভূমিকা গ্ৰহন কৰিছে আৰক্ষীয়ে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে জনোৱামতে, আইন শৃংখলাজনিত সকলোধৰনৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব প্ৰশাসনে ৷ আনহাতে, চ'ছিয়েল মিডিয়া ফেচবুক, হুৱাতছ্এপ আদিৰ ওপৰতো চোকা নজৰ ৰাখিছে প্ৰশাসনে ৷

Conclusion:বাইটঃ পংকজ কাকতি, অতিৰিক্ত আৰক্ষী অধীক্ষক, বৰপেটা ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.