ETV Bharat / state

বৰপেটাত মধ্যাহ্ন ভোজন খাদ্য খাই মৃত্যু পশুধনৰ - নৱ প্ৰভাশ

বৰপেটাৰ বানিয়াৰাপাৰা এম এ বাতেন হাই মাদ্ৰাছা'ত শনিবাৰে যোগান ধৰা হয় মধ্যাহ্ন ভোজন । বেচৰকাৰী সংস্থা নৱ প্ৰভাশ নামৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা খাদ্যত ওলালে বৰবিহ

বৰপেটাত মধ্যাহ্ন ভোজন খাদ্য খাই মৃত্যু পশুধনৰ
author img

By

Published : Nov 9, 2019, 5:39 PM IST

বৰপেটা, 9 নৱেম্বৰঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত বেচৰকাৰী প্ৰতিষ্ঠান সমূহে অতি নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন হোৱা সময়তে বৰপেটাৰ বানিয়াৰাপাৰাত সংঘটিত হ'ল কৰুণ ঘটনা ৷ মধ্যাহ্ন ভোজন ভক্ষণ কৰি 10 টাতকৈও অধিক পশুধনৰ মৃত্যু হোৱাৰ অভিযোগ ৷

উল্লেখ্য যে, বৰপেটাৰ বানিয়াৰাপাৰা এম এ বাতেন হাই মাদ্ৰাছা'ত শনিবাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ আহাৰ খাই মৃত্যু মুখত পৰে কেইবাটাও পশুধনৰ ৷ বেচৰকাৰী সংস্থা 'নৱ প্ৰভাশ' নামৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা খাদ্যত ওলালে বৰবিহ । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ আহাৰ খাই মৃত্যু হয় 10 টাতকৈ অধিক ভেড়া-ছাগলীৰ ৷ যাৰ বাবে পশুদন কেইটাৰ মৃত্যুৰ পাচতে মধ্যাহ্ন ভোজনক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষকে ধৰি অভিভাৱক ৷

Intro:slug: as_jania_9nov_midday_meal_poison_vis2+byt3+pho1_story_asc10058

Anchor: জনীয়া সমষ্টিৰ বানিয়াৰাপাৰাত মধ্যাহ্ন ভোজন খাদ্য খাই ১০টা পশুধনৰ মৃত্যু।Body:slug: as_jania_9nov_midday_meal_poison_vis2+byt3+pho1_story_asc10058

VO: ৰাজ্যৰ বিদ্যালয়বোৰত চলি থকা মধ্যাহ্ন ভোজন আঁচনি এন জি অ'ৰ হাতত গতাই দিয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা পৰিস্থিতি আজিও অব্যাহত আছে। বিশেষকৈ কণ কণ ছাত্র-ছাত্ৰীৰ বাবে এন জি অ'ই যোগান ধৰা খাদ্য অতি নিম্ন মানৰ বুলি ৰাজ্য খনৰ প্রান্তে প্রান্তে অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বৰপেটা জিলাৰ বানিয়াৰাপাৰাত সংঘটিত হল কৰুণ ঘটনা। মধ্যাংহ ভোজনৰ নামত বৰবিহ বিতৰণক লৈ উত্তেজনা। বৰপেটা জিলাৰ বানিয়াৰাপাৰা এম এ বাতেন হাই মাদ্ৰাছা'ত যোগান দিয়া হয় খাদ্য। ব্যক্তিগত খণ্ডৰ নৱ প্ৰভাশ নামৰ NGOৰ দ্বাৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা খাদ্যত ওলায় বৰবিহ। যোগান দিয়া খাদ্য ভক্ষণ কৰি ১০ টাতকৈও অধিক পশুধনৰ মৃত্যু। মধ্যাহ্ন ভোজন খাই ভেড়া-ছাগলীৰ মৃত্যু হোৱাৰ পিছতেই শিক্ষানুষ্ঠান খনৰ ছাত্র-ছাত্ৰী সকলে এই খাদ্যক লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।Conclusion:slug: as_jania_9nov_midday_meal_poison_vis2+byt3+pho1_story_asc10058

Byt: শিক্ষক আৰু স্থানীয় ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.