ETV Bharat / state

বৰপেটাত আৰম্ভ চাউলখোৱা মহোৎসৱ

হাতে হাতে মম লৈ শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

CASDF
author img

By

Published : Mar 16, 2019, 3:01 PM IST

বৰপেটা,১৬ মাৰ্চ: শনিবাৰৰ পৰা বৰপেটাত আৰম্ভ চাউলখোৱা মহোৎসৱ । এক নদীকেন্দ্ৰীক চহৰ বৰপেটাক সাৱটি আছে নখান্দা, চাউলখোৱা আৰু মৰা চাউলখোৱা নৈ আৰু হাৰিজানে । নখান্দা, চাউলখোৱা আৰু মৰা চাউলখোৱা নৈ আৰু হাৰিজানক কেন্দ্ৰ কৰি গঢ়ি উঠা সত্ৰনগৰী বৰপেটাৰ লোকজীৱনত এই নৈসমুহৰ গুৰুত্ব অপৰিসীম ৷ সত্ৰনগৰীক চুই বৈ যোৱা চাউলখোৱা নৈক কেন্দ্ৰ কৰি বিগত ৩২ বছৰে অনুষ্ঠিত হৈ আহিছে চাউলখোৱা মহোৎসৱ ৷

ETV BHARAT

এইবাৰো সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে চাউলখোৱা মহোৎসৱ ৷
উল্লেখযোগ্য যে শুক্ৰবাৰে চাউলখোৱা মহোৎসৱস্থলীত সৈনিকৰ প্ৰতি সন্মান জনাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াই ৷

বৰপেটা জিলা ডিজিটেল মিডিয়াৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বৰপেটা জিলাত থকা সেনা বাহিনীৰ, জোৱানসকলে সংগীতেৰে বীৰ সৈনিক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ৷
পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত বীৰ শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে আয়োজিত সংগীতানুষ্ঠানৰ পূৰ্বে হাতে হাতে মম লৈ শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ৷

Slug:      A_BAR_16MARCH_801TO803_CHOULKHUWA_MAHOTSUB_VIS+BITE_BAPKAN_DAS.                    

 বৰপেটাত আৰম্ভ হৈছে চাউলখোৱা মহোৎসৱঃ সংগীতেৰে সৈনিকে জনালে সৈনিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ৷

বৰপ্টা, ১৬ মাৰ্চঃ সত্ৰ নগৰী বৰপেটা মুলতঃ এক নদীকেন্দ্ৰীক চহৰ ৷ বৰপেটা চহৰখনক সাৱটি আছে নখান্দা, চাউলখোৱা আৰু মৰা চাউলখোৱা নৈ আৰু হাৰিজানে ৷ নখান্দা, চাউলখোৱা আৰু মৰা চাউলখোৱা নৈ আৰু হাৰিজানক কেন্দ্ৰ কৰি গঢ়ি উঠা সত্ৰনগৰী বৰপেটাৰ লোকজীৱনত এই নৈসমুহৰ গুৰুত্ব অপৰিসীম ৷ সত্ৰনগৰীক চুই বৈ যোৱা চাউলখোৱা নৈক কেন্দ্ৰ কৰি বিগত ৩২ বছৰে অনুষ্ঠিত হৈ আহিছে চাউলখোৱা মহোৎসৱ ৷ এইবেলিও সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে চাউলখোৱা মহোৎসৱ ৷ শুক্ৰবাৰে চাউলখোৱা মহোৎসৱস্থলীত অনুষ্ঠিত হয় সৈনিকৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ বৰপেটা জিলা ডিজিটেল মিডিয়াৰ উদ্যোগত অনুষ্ঠিতএই সমগীত সন্ধিয়াত বৰপেটা জিলাত বাহৰ পাতি থকা সেনা বাহিনীৰ  জোৱানসকলে সংগীতেৰে জনায় বীৰ সৈনিক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ৷ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত বীৰ শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে আয়োজিত সংগীতানুষ্ঠানৰ পূৰ্বে হাতে হাতে মম লৈ শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ৷

বাইটঃ ৰিংকু আহমেদ, মহোৎসৱৰ কাৰ্যকৰ্তা ৷                                                                              --- বাপকন দাস, বৰপেটা                                                                 
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.