ETV Bharat / state

বৰপেটাৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত আব্দুল খালেক - BARPETA

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাত বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা সাতগৰাকী কৃতীমানক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

বৰপেটাৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত আব্দুল মালেক
author img

By

Published : Jun 9, 2019, 8:36 PM IST

বৰপেটা, ৯ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰা বৰপেটা জিলাৰ সাতগৰাকী কৃতিমানক দেওবাৰে সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ৷ বৰপেটাৰ হাউলীৰ কনিষ্ঠ মহাবিদ্যালয়ত ৰাজ্যখনৰ ভিতৰত স্থান লাভ কৰি বৰপেটা জিলালৈ সন্মান কঢ়িয়াই অনা সাতগৰাকীকৈ কৃতিমানক যুৱ পৰিষদে গামোছা, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকেও অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা প্ৰদান কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অতিশয় আনন্দিত হোৱা বুলি প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ ইপিনে এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানক ডিটেনচন কেম্পলৈ নিক্ষেপ কৰা আৰু পৰৱৰ্তী সময়ত জামিনত মুকলি কৰি দিয়া প্ৰসংগত আব্দুল খালেকে অসম আৰক্ষীক দোষাৰোপ কৰে ৷ ইয়াৰ বাবে দোষী আৰক্ষী বিষয়াৰ কঠোৰ শাস্তিৰো দাবী তোলে কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে ৷ আনহাতে 31 জুলাইত এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ সম্পৰ্কত বিদেশীৰ নামমুক্ত আৰু অন্তিমজন স্বদেশীৰ নাম সন্নিৱিষ্ট নাগৰিকপঞ্জী প্ৰকাশ কৰাতো কামনা কৰা বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷

বৰপেটাৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত আব্দুল খালেক

Slug:     as_bar_9june_ajyp_sambardhana_vis+bite_7203841                       

 বৰপেটা জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠানঃ কৃতী ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা ৷
সাংসদ আব্দুল খালেকৰ অংশগ্ৰহন ৷

বৰপেটা, ৯ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰা বৰপেটা জিলাৰ সাতগৰাকী কৃতিমানক আজি সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ৷ বৰপেটাৰ হাউলীৰ কনিষ্ঠ মহাবিদ্যালয়ত ৰাজ্যখনৰ ভিতৰত স্থান লাভ কৰি বৰপেটা জিলালৈ সন্মান কঢ়িয়াই অনা সাতগৰাকীকৈ কৃতিমানক যুৱ পৰিষদে গামোছা, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকেও অংশ গ্ৰহন কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা প্ৰদান কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানটোত অংশগ্ৰহন কৰি অতিশয় আনন্দিত হোৱা বুলি প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ ইপিনে এগৰাকী অবসৰপ্ৰাপ্ত সেনা জোৱানক ডিটেনছন কেম্পলৈ নিক্ষেপ কৰা আৰু পৰৱৰ্তী সময়ত জামিনত মুকলি কৰি দিয়া  প্ৰসংগত আব্দুল খালেকে অসম আৰক্ষীক দোষাৰোপ কৰে ৷ ইয়াৰ বাবে দোষী আৰক্ষী বিষয়াৰ কঠোৰ শাস্তিৰো দাবী তোলে কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে ৷ আনহাতে
 ৩১ জুলাইত এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ সম্পৰ্কত বিদেশীৰ নামমুক্ত আৰু অন্তিমজন স্বদেশীৰ নাম সন্নিৱিষ্ট নাগৰিক পঞ্জী প্ৰকাশ কৰাতো কামনা কৰা বুলি  সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ 

বাইটঃ আব্দুল খালেক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.