ETV Bharat / state

বৰপেটাৰ বাৰাদিত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

author img

By

Published : Oct 30, 2019, 2:45 PM IST

Updated : Oct 30, 2019, 3:55 PM IST

বৰপেটা বাৰাদিৰ কে জি বি এম বিদ্যালয় চৌহদত উদ্ধাৰ হয় দুষ্প্ৰাপ্য কাছটো ৷ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে কাছটো দেখা পায় শিক্ষক সকলক অৱগত কৰাত বনবিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে কাছটো ৷

বৰপেটাৰ বাৰাদিত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

বৰপেটা,৩০ অক্টোবৰঃ এসময়ত বৰপেটাৰ সৰ্বত্ৰে সূলভ আছিল কাছ ৷ বিভিন্ন প্ৰজাতিৰ কাছৰ আৱাসস্থল বৰপেটাৰ লগতে এতিয়া ৰাজ্যখনত দুষ্প্ৰাপ্য হৈ পৰিছে কাছ ৷ ক্ৰমাৎ দুষ্প্ৰাপ্য হৈ পৰা এটা বিৰল প্ৰজাতিৰ কাছ বুধবাৰে উদ্ধাৰ হ'ল বৰপেটাত ৷

বৰপেটা চহৰৰ সমীপৰ বাৰাদিৰ কে জি বি এম বিদ্যালয় চৌহদত বুধবাৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যক্ষ কৰে দুষ্প্ৰাপ্য কাছটো ৷ ছাত্ৰ ছাত্ৰীসকলে লগে লগে কাছটোৰ অৱস্থিতি সম্পৰ্কে শিক্ষকক অৱগত কৰে ৷ শিক্ষকসকলে পিচত বৰপেটা বন বিভাগৰ লোকক অৱগত কৰাত বনবিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে কাছটো ৷ সম্প্ৰতি বন বিভাগৰ জিম্মাত থকা কাছটো উপযুক্ত স্থানত মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিছে বৰপেটাৰ খণ্ড বন বিষয়া অচিন্ত্য দেউৰীয়ে ৷

BARPETA ENDANGER TORTOISE RECOVER
বাৰাদিৰ কে জি বি এম বিদ্যালয় চৌহদত উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য কাছটো

লগতে চাওকঃ কাৰ্বি-আংলঙৰ খেৰণি আৰু গোৱালপাৰাৰ মাটিয়াত বনৰীয়া হাতীৰ তাণ্ডৱ

Intro:বৰপেটা, ৩০ অক্টোবৰঃ এসময়ত বৰপেটাৰ সৰ্বত্ৰ সুলভ আছিল কাছ ৷ বিভিন্ন প্ৰজাতিৰ কাছৰ আৱাসস্থল বৰপেটাৰ লগতে এতিয়া ৰাজ্যখনত দূস্প্ৰাপ্য হৈ পৰিছে কাছ ৷ ক্ৰমাৎ দূস্প্ৰাপ্য হৈ পৰা এটা বিৰল প্ৰজাতিৰ কাছ আজি উদ্ধাৰ হ'ল বৰপেটাত ৷ Body:বৰপেটা চহৰৰ সমীপৰ বাৰাদিত অৱস্থিত কে জি বি এম বিদ্যালয় চৌহদত আজি একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যক্ষ কৰে দূস্প্ৰাপ্য কাছটো ৷ ছাত্ৰ ছাত্ৰীসকলে লগে লগে কাছটোৰ অৱস্থিতি সম্পৰ্কে শিক্ষকক অৱগত কৰে ৷ শিক্ষকসকলে পিচত বৰপেটা বন বিভাগৰ লোকক অবগত কৰাত বনবিভাগৰ লোকে উদ্ধাৰ কৰে কাছটো ৷ সম্প্ৰতি বন বিভাগৰ জিম্মাত থকা কাছটো উপযুক্ত স্থানত মুকলি কৰি দিয়া হব বুলি জানিবলৈ দিছে বৰপেটাৰ খণ্ড বন বিষয়া অচিন্ত্য দেউৰীয়ে ৷

Conclusion:বাইটঃ অচিন্ত্য দেউৰী, খণ্ড বন বিষয়া, বৰপেটা ৷

---- বাপকন দাস, বৰপেটা ৷
Last Updated : Oct 30, 2019, 3:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.