ETV Bharat / state

নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Nov 7, 2019, 11:28 PM IST

বৰপেটাত জিলা কংগ্ৰেছে নিবনুৱা সমস্যা সমাধান আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰতিবাদ

বৰপেটা, ৭ নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা আৰু নিবনুৱা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বৰপেটা জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰপেটাত জিলা কংগ্ৰেছৰ সদস্য সকলে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ দেশৰ ভয়াবহ অৰ্থনৈতিক মন্দাবস্থা, নিবনুৱা সমস্যাৰ সমাধান আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চেঙাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ আৰু জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহন কৰে ৷ প্ৰতিবাদকাৰী সকলে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ অতি শীঘ্ৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷

Intro:
বৰপেটা, ৭ নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধে আজি বৰপেটা জিলা কংগ্ৰেছে বৰপেটাত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ দেশৰ ভয়াবহ অৰ্থনৈতিক মন্দাবস্থা, নিবনুৱা সমস্যাৰ সমাধান আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে জিলা কংগ্ৰেছে ৷ Body:বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ বিৰুদ্ধে প্রতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ চেঙাৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ আৰু জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহন কৰি মোডী হাটাও দেশ বাচাও, ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰক, দেশৰ সম্পদ বিক্ৰী কৰা মোডী হায় হায়, ৰাজকোষৰ তলি উদং কৰা বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Conclusion:বাইটঃ জিলা কংগ্ৰেছৰ সভাপতি ৷
বাইটঃ শুকুৰ আলী আহমেদ ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.