ETV Bharat / state

কৰ’ণাক পৰাজয় কৰি কৰ্মজীৱন অব্যাহত ৰখা বৰপেটাবাসী

author img

By

Published : May 19, 2021, 10:00 AM IST

বৰপেটা চহৰৰ কৰ’ণাত আক্ৰান্ত কেইগৰাকীমান ব্যক্তি ৷ এই ব্যক্তিসকলে মহামাৰী কৰ’ণাক পৰাস্ত কৰি নিজৰ কৰ্মজীৱন সুন্দৰভাৱে চলাই নিবলৈ সক্ষম হৈছে ৷ ফলত হৈ পৰিছে আন একাংশৰ বাবে আদৰ্শস্বৰূপ ৷

barpeta-covid-patients-story
কৰ’ণাক পৰাজয় কৰি কৰ্মজীৱন অব্যাহত ৰখা বৰপেটাবাসী

বৰপেটা,19 মে’: সম্প্ৰতি কৰ’ণা মহামাৰীয়ে সমগ্ৰ দেশতে ভয়াৱহ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ দৈনন্দিন মৃত্যুৰ বাতৰিয়ে শংকা বৃদ্ধি কৰিছে জনসাধাৰণৰ মনত । ইয়াৰ মাজতে কিছুসংখ্যক লোকে এই মহামাৰীক জয়ী কৰা পৰিলক্ষিত হৈছে ৷

এই দৃশ্য পৰিলক্ষিত হৈছে বৰপেটা জিলাত ৷ বৰপেটা চহৰৰ কেইগৰাকীমান ব্যক্তিয়ে নিজৰ ওপৰত বিশ্বাস, মনোবল আৰু সচেতনতা ৰাখি কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচতো মহামাৰীবিধক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ৷ মহামাৰী কৰ’ণাক পৰাজয় কৰি এতিয়াও নিজৰ কৰ্মজীৱন সুন্দৰভাৱে চলাই আছে এইসকল লোকে । ফলত হৈ পৰিছে আন একাংশৰ বাবে আদৰ্শস্বৰূপ ৷

লগতে পঢ়ক: দৰঙত মঙলবাৰে 238 গৰাকী কৰ’ণা ৰোগী চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.