ETV Bharat / state

বেকী নৈৰ নাও দুৰ্ঘটনাত সন্ধানহীন লোকৰ বাসগৃহত সাংসদ আব্দুল খালেক

author img

By

Published : Aug 17, 2019, 7:57 PM IST

পবিত্ৰ ঈদৰ দিনা বেঁকী নৈত নাও দুঘৰ্টনাগ্ৰস্ত হৈ সন্ধানহীন হৈছিল পাঁচজন লোক ৷

বেকী নৈৰ নাও দুৰ্ঘটনাত সন্ধানহীন লোকৰ বাসগৃহত সাংসদ আব্দুল খালেক

জনীয়া, 17 আগষ্ট: অৱশেষত ঈদৰ দিনা বেঁকী নৈত নাও দুৰ্ঘটনা হৈ সন্ধানহীন হোৱা দুৰ্ভগীয়া লোককেইজনৰ পৰিয়ালৰ কাষত উপস্থিত হল বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ৷ যোৱা 12 আগষ্টত ঈদৰ দিনা বিয়লি 4 বজাত বেকী নৈৰে কালামপুৰ গাওঁৰ পৰা কালামপুৰ চৰত গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন নাও ৷ যাত্ৰা পথত প্ৰচণ্ড ধুমুহাৰ ফলত ডুব গৈছিল 11 জন যাত্ৰী কঢ়িয়াই নিয়া এখন টুলুঙা নাও ৷ তাৰে 6 জনে কোনো মতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন আন 5 জন লোক ৷ এই হৃদয় বিদাৰক ঘটনাৰ পাছত আজি সন্ধানহীন লোককেইজনৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পৰিয়াল শান্তনা দিয়ে স্থানীয় সাংসদ আব্দুল খালেকে ৷ লগতে প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমেৰে কেনেদৰে সহায় কৰিব পৰা যায় তাৰও ব্যৱস্থা লব বুলি পৰিয়ালৰ লোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদ গৰাকীয়ে ৷ সাংসদ খালেকে নিখোজ লোকৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে কিছু আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে ৷

Intro:slug: as_jania_17aug_mp_visit_kalampur_vis2+byt1+pho2_spl_pkg_story_asc10058

Anchor: পবিত্ৰ ঈদৰ দিনা বেঁকী নৈত নাওঁ দূৰ্ঘটনাত সন্ধানহীন পাঁচজন লোকৰ পৰিয়ালৰ কাষত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক। বৰপেটা জিলা প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমে সহায় কৰাৰ আশ্বাস।Body:slug: as_jania_17aug_mp_visit_kalampur_vis2+byt1+pho2_spl_pkg_story_asc10058

VO-1: যোৱা ১২ আগষ্ট ঈদৰ দিনা বিয়লি ৪-০০ বজাত বেকী নৈৰে কালামপুৰ গাওঁৰ পৰা কালামপুৰ চৰত গৈ থকা অৱস্থাত সংঘটিত হোৱা নাও দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা ৫ জন লোকৰ পৰিয়ালৰ কাষত উপস্থিত বৰপেটাৰ সাংসদ আব্দুল খালেক। ঘৰলৈ উভতি যোৱাৰ পথত পথত প্ৰচণ্ড ধুমুহাত ১১ জন যাত্ৰী থকা এখন টুলুঙা নদীৰ মাজত ডুবি যায়। ১১ জন যাত্ৰীৰ পৰা ৬ যাত্ৰীয়ে কোনো মতে প্ৰাণ বচাবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে পাঁচ জন মানুহ নিখোজ হৈ আছে। এই হৃদয় বিদাৰক ঘটনাৰ বুজ লবলৈ শনিবাৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ পৰিয়াল শান্তনা দিয়ে। লগতে বৰপেটা জিলা প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমেৰে কেনদৰে সহায় কৰিব পাৰি সেই চেষ্টা কৰিব বুলি মৃতকৰ আত্মীয়ক আশ্বাস প্ৰদান কৰে। সাংসদ গৰাকীয়ে মৃতকৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে কিছু আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে।Conclusion:slug: as_jania_17aug_mp_visit_kalampur_vis2+byt1+pho2_spl_pkg_story_asc10058

Byte: MP ৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.