ETV Bharat / state

জুই শিখাৰে ছবি আঁকি ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি বৰপেটাৰ নিৰ্জুৰাজৰ

author img

By

Published : Jan 17, 2021, 4:30 PM IST

শিল্পী দিৱস উপলক্ষে জুই শিখাৰে ৰূপকোঁৰৰ ছবি অংকণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বৰপেটাৰ যুৱ শিল্পী নিৰ্জুৰাজ দাসে ৷

as_bar_barpeta-boy-draws-jyotiprasad-agarwalas-picture-by-flames_vis_as10038
জুই শিখাৰে ছবি আঁকি ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি বৰপেটাৰ নিৰ্জুৰাজৰ

বৰপেটা,17 জানুৱাৰী : আজি শিল্পী দিৱস ৷ শিল্পী দিৱসৰ দিনটোতে ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৷ ইয়াৰ মাজতে বৰপেটাৰ যুৱ শিল্পী নিৰ্জুৰাজ দাসে কিছু ব্যতিক্ৰমী ধৰণে জ্ঞাপন কৰিছে ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি ৷ বৰপেটাৰ প্ৰতিভাৱান যুৱ শিল্পী গৰাকীয়ে জুইৰ শিখাৰে অংকণ কৰি উলিয়াই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবি ৷

উল্লেখ্য যে, বৰপেটাৰ যুৱ শিল্পী নিৰ্জুৰাজ দাসে বহু দিনৰে পৰা শিল্প সাধনাত ব্ৰতী হৈ আহিছে ৷ ইয়াৰ পূৰ্বেও তেওঁ জুইশিখাৰে অসমৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তিৰ ছবি অংকণ কৰি উলিয়াইছে ৷

লগতে পঢ়ক-অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.