ETV Bharat / state

বৰপেটাত আতচবাজী উদ্যোগত অগ্নিকাণ্ডঃ অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু

author img

By

Published : Oct 23, 2019, 1:18 PM IST

সোমবাৰে সন্ধিয়া বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ বৰপেটা আতচবাজী উদ্যোগটোত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ঘটনাটোত অগ্নিদগ্ধ হৈছিল ১৩ জনকৈ শ্ৰমিক ৷ অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ জি এম চি এইচত মৃত্যু ৷ মৃত মহিলা শ্ৰমিকগৰাকীৰ নাম পাৰ্বতী দাস ৷

আতচবাজী উদ্যোগটোত সংঘটিত হৈছিল অগ্নিকাণ্ডত আহত শ্ৰমিক

বৰপেটা, ২৩ অক্টোবৰ: বৰপেটা চহৰত আতচবাজী উদ্যোগত অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ জি এম চি এইচত মৃত্যু ৷ মৃত মহিলা শ্ৰমিকগৰাকীৰ নাম পাৰ্বতী দাস ৷ মৃত মহিলা শ্ৰমিকগৰাকীৰ ঘৰ বৰপেটাৰ সমীপৰ পলাশৰতল গাঁৱত ৷ উল্লেখ্য যে সোমবাৰে সন্ধিয়া বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ বৰপেটা আতচবাজী উদ্যোগটোত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ঘটনাটোত অগ্নিদগ্ধ হৈছিল ১৩ জনকৈ শ্ৰমিক ৷ অগ্নিদগ্ধ শ্ৰমিক কেইজনক লগে লগে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ অৱশ্যে গুৰুতৰভাৱে অগ্নিদগ্ধ ৪ শ্ৰমিকক সোমবাৰে নিশাই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছিল ৷ জিএমছিএইছত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা পাৰ্বতী দাস নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷

বৰপেটাত আতচবাজী উদ্যোগত অগ্নিকাণ্ড

ইপিনে আতচবাজী কাৰখানাৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মৃত পাৰ্বতী দাসৰ পৰিয়ালে ৷ পাৰ্বতী দাসৰ চিকিৎসাৰ ক্ষেত্ৰত মালিক পক্ষই সহায়-সহযোগ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালটোৱে ৷ এই পৰ্যন্ত ৭ গৰাকী শ্ৰমিক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩ গৰাকী শ্ৰমিক জি এম চি এইচত চিকিৎসাধীন হৈ আছে ৷

লগতে চাওকঃ উত্তেজিত গ্ৰাহকে লণ্ড-ভণ্ড কৰিলে 'অসম বহুমুখি সমবায় সমিতি'ৰ কাৰ্যালয়

Intro:

বৰপেটা ২৩ অক্টোৱৰ: বৰপেটা চহৰত আতচবাজী উদ্যোগত অগ্নিকাণ্ডৰ ঘটনা

অগ্নিদগ্ধ এগৰাকী মহিলা শ্ৰমিকৰ জি এম চি এইচত মৃত্যু

মৃত মহিলা শ্ৰমিক গৰাকীৰ নাম পাৰ্বতী দাস

মৃত মহিলা শ্ৰমিকগৰাকীৰ ঘৰ বৰপেটাৰ সমীপৰ পলাশৰতল গাৱত

Body:সোমবাৰে সন্ধিয়া বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ 'বৰপেটা আতচবাজী উদ্যোগ'টোত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা

অগ্নিকাণ্ডৰ ঘটনাটোত অগ্নিদগ্ধ হৈছিল ১৩ জনকৈ শ্ৰমিক

অগ্নিদগ্ধ শ্ৰমিক কেইজনক লগে সগে বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছিল

অবশ্যে গুৰুতৰভাৱে অগ্নিদগ্ধ ৪ শ্ৰমিকক সোমবাৰে নিশাই সমকটজনক অৱস্থাত জিএমছিএইছলৈ প্ৰেৰন কৰিছিল

জিএমছিএইছত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা পাৰ্বতী দাস নানৰ মহিলাগৰাকীৰ মৃত্যু হয়

ইপিনে আতচবাজী কাৰখানাৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ মৃত পাৰ্বতী দাসৰ পৰিয়ালৰ

পাৰ্বতী দাসৰ চিকিৎসাৰ ক্ষেত্ৰত মালিক পক্ষই সহায়-সহযোগ নকৰাৰ অভিযোগ

মালিক পক্ষই মৃতকৰ ঘৰলৈ খা-খবৰ ল'বলৈ যোৱা নাই বুলিও অভিযোগ পৰিয়ালৰ লোকৰ

সম্প্ৰতি ৭ গৰাকী শ্ৰমিক বৰপেটা চিকিৎসা বিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩ গৰাকী শ্ৰমিক জি এম চি এইচত চিকিৎসাধীন হৈ আছে

Conclusion:বাইটঃ পৰিয়ালৰ লোক ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.