ETV Bharat / state

বজালীৰ ভৱানীপুৰত উদ্ধাৰ মৃতদেহ - মৃতদেহ উদ্ধাৰ

সমগ্ৰ ৰাজ্যতে সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিত আজিও অপৰিৱৰ্তিত হৈ আছে ৷ নামনিৰ বজালী অঞ্চলটো পহুমাৰা,কালদিয়া আৰু পল্লা নৈয়ে প্ৰলয়ৰ সৃষ্টি কৰি আহিছে ৷ ইয়াৰ মাজতে বানৰ কৱলত পৰি বজালীত মৃত্যু হয় এজন যুৱকৰ ৷

বজালীৰ ভৱানীপুৰত উদ্ধাৰ মৃতদেহ
author img

By

Published : Jul 15, 2019, 6:44 PM IST

পাঠশালা,15 জুলাইঃ বজালীত অব্যাহত আছে পহুমাৰা,কালদিয়া আৰু পল্লা নৈৰ বানৰ প্ৰকোপ ৷ ইয়াৰ মাজতে ভৱানীপুৰত সংঘটিত হয় এক অঘটন ৷ শনিবাৰৰ পৰাই নিৰুদ্দেশ হৈ থকা ভৱানীপুৰ মাহতলীহাতীৰ বাসিন্দা তথা সৰহবৰহী যুৱক সীমান্ত দাসৰ মৃতদেহ উদ্ধাৰ কৰিছে এছ ডি আৰ এফে ৷

বজালীৰ ভৱানীপুৰত উদ্ধাৰ মৃতদেহ

পহুমাৰা নৈৰ পৰা উদ্ধাৰকাৰী বাহিনীটোৱে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ভৱানীপুৰ আৰক্ষীয়ে ৷

Intro:Pathsala dead body in flood

বজালীৰ ভৱানীপুৰত বানত মৃত্যু এজনৰ 

এদিনৰ পিছত উদ্ধাৰ যুৱকৰ মৃতদেহ Body:Pathsala dead body in flood

পাঠশালা,১৫জুলাই: বজালী মহকুমাত পহুমাৰা,কালদিয়া আৰু পল্লা নৈৰ পানীয়ে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰাৰ মাজতে শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা প্ৰায় ত্ৰিশ বছৰীয়া  এজন যুৱকৰ  মৃতদেহ আজি উদ্ধাৰ হয় l বজালীৰ ভৱানীপুৰ মাহতলীহাতী নিৱাসী সিমান্ত দাস নামৰ যুৱকজনে শনিবাৰে নিশাৰ ভাগত বজাৰৰ পৰা  নিজ গৃহলৈ  উভতি অহাৰ সময়ত পহুমাৰা নৈৰ সমীপৰ বাঢ়নি পানীত  পৰি গৈ নিখোজ  হৈ পৰে l ইয়াৰ পিছত পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে যুৱকজনৰ সন্ধানত কালি  নামি পৰে যদিও কোনো সন্ধান নপোৱাত আজি পুৱাৰে পৰা এচ ডি আৰ এফৰ জোৱানে কেৱাঘন্টা ধৰি পহুমাৰা নৈৰ প্ৰৱল বানপানীৰ মাজতে যুৱকজন  নিখোজ হোৱা স্হানত অভিযান চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় l

Conclusion:ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.