ETV Bharat / state

6নং বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ - কংগ্ৰেছ

বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ ৷ ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি অভিযোগ কৰে প্ৰাৰ্থীগৰাকীয়ে

6 নং বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 9, 2019, 9:54 PM IST

বৰপেটা, 9 এপ্ৰিলঃ 6 নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকে মঙলবাৰে বঙাইগাওঁ জিলাৰ নোৱাগাঁও, চকিহালী, আওলাগুৰী, কীৰ্তনপাৰা, মাণিকপুৰ আদি কেইবা ঠাইত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে । উক্ত সভাত ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰে লগতে কংগ্ৰেছৰ এক নম্বৰ শত্ৰু বুলি মন্তব্য কৰে আব্দুল খালেকে। দিনটোৰ প্ৰতিখন সভাতে এ আই ইউ ডি এফকো তীব্ৰ সমালোচনা কৰে প্ৰাৰ্থী গৰাকীয়ে।

6 নং বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰোপৰি নিৰ্বাচনী ফলাফলত জয়ী হ'লে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ডি ভোটাৰৰ নামত প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰাৰ সম্পূৰ্ণ প্ৰতিবাদ কৰিব বুলি কথা দিয়ে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷

Intro:৬নং বৰপেটা লোকসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে আজি দিনজোৰা কাৰ্যসূচীৰে উত্তৰ অভয়াপুৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। Body:৬ নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে আজি বঙাইগাওঁ জিলাৰ নোৱাগাও, চকিহালী, আওলাগুৰী, কীৰ্তনপাৰা, মাণিকপুৰ আদি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলায়। ভাষন প্ৰসঙ্গত হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি অভিযোগ কৰে। হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ এক নম্বৰ শত্ৰু বুলি উল্লেখ কৰে খালেকে। আজিৰ প্ৰতিখন সভাতে এআইইউডিএফক কৰে তীব্ৰ সমালোচনা। নিৰ্বাচনী ফলাফলত জয়ী হলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰতিবাদ কৰিব বুলি ভাষনত কয়।Conclusion:৬ নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে আজি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু এ আই ইউ ডি এফৰ লগতে বি জে পিক ক্ষুৰধাৰ সমালোচনা কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.