ETV Bharat / state

অখিল গগৈৰ গ্ৰেপ্তাৰ চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতিঃআশ্ৰাফুল ইছলাম - Akhil Gogoi arrest latest news

সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ববহন কৰাৰ বাবেই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা হয় ৷ এইয়া চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতি বুলি ব্যক্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ নেতাগৰাকীক অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

Asraful Islam On Akhil Gogoi arrest
অখিল গগৈৰ গ্ৰেপ্তাৰ চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতিঃআশ্ৰাফুল ইছলাম
author img

By

Published : Dec 19, 2019, 3:25 AM IST

বৰপেটা, 18 ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ববহন কৰাৰ বাবেই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা হয় ৷ এইয়া চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতি বুলি ব্যক্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ বুধবাৰে ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কৃষক মুক্তি সংগ্ৰাম সমিতি মূলত জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ এটা সংগঠন ৷ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ নেতাগৰাকীক অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

আৰু পঢ়ক- এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

Intro:

বৰপেটা, ১৮ ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যৰ তীব্ৰ নিন্দা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অসমীয়া জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ববহন কৰাৰ বাবেই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যক চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতি বুলি অভিহিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ Body:আজি ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে- কৃষক মুক্তি সংগ্ৰাম সমিতি মূলতঃ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ এটা সংগঠন ৷ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ নেতাগৰাকীক অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা কাৰ্যক নিন্দা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

Conclusion:বাইটঃ আশ্ৰাফুল ইছলাম, কাৰ্যকৰী সভাপতি, ছাত্ৰমুক্তি ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.