ETV Bharat / state

নতুন কৃষি আইনৰ বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ - তিনিখন কৃষি আইন বাতিল কৰাৰ দাবী

তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত কলগাছিয়াৰ বামুনটাৰীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আয়োজন কৰা হয় এই প্ৰতিবাদী সভা ৷ সভাত অংশ গ্ৰহণ কৰে অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাসে ।

protests demanding cancellation of new Agricultural Act
নতুন কৃষি আইনৰ বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ
author img

By

Published : Dec 25, 2020, 10:29 AM IST

জনীয়া, 25 ডিচেম্বৰ : তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত কলগাছিয়াৰ বামুনটাৰীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আয়োজন কৰা হয় এই প্ৰতিবাদী সভা ৷ সভাত অংশ গ্ৰহণ কৰে অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাসে ।

all-india-kisan-sabha-protests
নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

উল্লেখ্য যে নতুন কৃষি আইনৰ বাতিল কৰাৰ দাবীত যোৱা ২৮ দিন ধৰি দেশত আন্দোলন অব্যাহত আছে । ইতিমধ্যে দিল্লীৰ কৃষক বিদ্ৰোহত অংশ গ্ৰহণ কৰা ৩৩ জন কৃষক শ্বহীদ হৈছে ।

ইফালে, চৰকাৰে প্ৰতিবাদী কৃষক সংগঠনৰ নেতৃত্বৰ লগত কেইবালানি আলোচনাত মিলিত হৈছে যদিও গঠনমূলক সিদ্ধান্ত উপনিত হ'বলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.