ETV Bharat / state

কলগাছিয়াত চোৰে লুটিলে লক্ষাধিক টকাৰ সম্পত্তি - again theift at kalgacia

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড ৷ যোৱা নিশা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ সমীপৰ এখন দোকানত পুনৰ সংঘটিত হয় চুৰিকাণ্ড ৷

again theift at kalgacia
কলগাছিয়াত পুনৰ চুৰিকাণ্ড:চোৰে লুটিলে লক্ষাধিক টকাৰ সম্প্ৰতি
author img

By

Published : Feb 14, 2021, 4:59 PM IST

জনীয়া, 14 ফেব্ৰুৱাৰী : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড ৷ যোৱা নিশা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ সমীপৰ এখন দোকানত পুনৰ সংঘটিত হয় চুৰিকাণ্ড ৷

কলগাছিয়াত চোৰে লুটিলে লক্ষাধিক টকাৰ সম্পত্তি

ৰকিবুল ইছলাম নামৰ এজন লোকৰ দোকানৰ পৰা চোৰে চুৰি কৰি নিয়ে লক্ষাধিক টকাৰ সম্পত্তি ৷ দোকানৰ মালিকজনে জানিবলৈ দিয়া অনুসৰি দেওবাৰে ৰাতিপুৱা দোকান খুলিবলৈ অহাৰ পৰত তেওঁ এই চুৰিকাণ্ড প্ৰত্যক্ষ কৰে ৷

ইয়াৰ পিছতে তেওঁ চুৰি কাণ্ডৰ সন্দৰ্ভত কলগাছিয়া আৰক্ষীক অৱগত কৰে ৷ বৰ্তমান দোকানীজনৰ এজাহাৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে কলগাছিয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক:ই-অফিচ আঁচনি ৰূপায়ণৰ বাবে কম্পিউটাৰ বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.