জনীয়াৰ 19 মাচ ঃ । অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। ভয় কৰি ষড়যন্ত্ৰ মুলকভাৱে পুনৰ গ্ৰেপ্তাৰ কৰিছে। এই মন্তব্য ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামৰ। কৃষক নেতা অখিল গগৈক ৰাজনৈতিকভাৱে ভয় কৰে চৰকাৰে। যাৰবাবে ২০২১ চনত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষক নেতা অখিল গগৈক মুকলি আকাশৰ তললৈ আহিব দিব খোজা নাই চৰকাৰে। দীৰ্ঘদিন কাৰাৱন্দী কৰাৰ লক্ষ্যৰে পুনৰৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক NSAত গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰ খনে। আজি কলগাছিয়াত সংৱাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে। আশ্ৰফুল ইছলামৰ মন্তব্য।
অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - arrest akhil gogoi
ষড়যন্ত্ৰ মুলকভাৱে পুনৰ গ্ৰেপ্তাৰ কৰিছে অখিল গগৈক ৷দীৰ্ঘদিন কাৰাৱন্দী কৰাৰ লক্ষ্যৰে পুনৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক NSAত গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰিছে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷