ETV Bharat / state

বৰপেটা, ওদালগুৰিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিজনৰ

author img

By

Published : Feb 1, 2020, 3:23 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত শোকাৱহ পথ দুৰ্ঘটনা ৷ বৰপেটাৰ তাৰাবাৰীৰ গণকপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী  ৷ আনহাতে কলাগুৰু সংগীত মহোৎসৱ চলি থকাৰ মাজতে ওদালগুৰিৰ টংলা চহৰত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যুক আঁকোৱালি লয় এজন যুৱকে।

Accident happened in Barpeta and Odalguri
বৰপেটা, ওদালগুৰিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিজনৰ

বৰপেটা, 31 জানুৱাৰীঃ বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ ৷ বৰপেটাৰ তাৰাবাৰীৰ গণকপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী ৷ বৰপেটাৰ পৰা বহৰি অভিমুখে গৈ থকা অৱস্থাত পথৰ দাঁতিত থকা এডাল গছত খুন্দা মাৰি অচেতন হৈ পৰা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । দুৰ্ঘটনা সংঘটিত হোৱা হিৰো গ্লেমাৰ বাইকখনৰ নম্বৰ AS 01DQ4625 । নিহত যুৱক দুজন সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰীৰ ক্ৰমে বিজু আলী- (২২) আৰু ৰহিম আলী- (২৪) বুলি জানিব পৰা গৈছে । উল্লেখ্যে যে স্থানীয় ৰাইজৰ সহায়ত আৰু তাৰাবাৰী আৰক্ষীৰ সহাযোগত চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও ঘটনাস্থলীতে মৃত বুলি ঘোষণা কৰে চিকিৎসক আব্দুল মতিনে । মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ লৈ প্ৰেৰণ কৰা হয় ।

বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা

ওদালগুৰিঃ কলাগুৰু সংগীত মহোৎসৱ চলি থকাৰ মাজতে ওদালগুৰিৰ টংলা চহৰত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যুক আঁকোৱালি লয় এজন যুৱকে। মৃত যুৱকজন ডিমাকুছি শুকলাইৰ দ্বীপেন ৰবি দাস বুলি চিনাক্ত কৰা হৈছে । দ্বীপেন ৰবি দাসে টংলাৰ এখন ব্যক্তিগত ব্যৱসায় কেন্দ্ৰৰ কৰ্মচাৰী আছিল । স্কুতিৰে গৈ থকা অৱস্থাত চিলিণ্ডাৰ ভৰ্তি ট্ৰাক এখনে মহতিয়াই নিয়াত টংলাৰ মাজমজিয়াত কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়। মহতিয়াই নিয়া ট্ৰাকখনৰ নম্বৰ As01 EC 4471 ৷ বৰ্তমান ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে মৃতলোকজনক টংলা থানাৰ মৰ্গত ৰখা হৈছে।

ওদালগুৰিত শোকাৱহ পথ দুৰ্ঘটনা

আৰু পঢ়কঃবৰপেটাৰোডত তিনিখন বাইকসহ দুটা বাইক চোৰ আটক

Intro:
বৰপেটা ৩১ জানুৱাৰী: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণক পাৰাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে দুজন বাইক আৰোহী নিহত হয় ।
বৰপেটাৰ পৰা বহৰি অভিমুখে গৈ থকা অৱস্থাত পথৰ দাঁতিত থকা এডাল গছত খুন্দা মাৰি অচেতন হৈ পৰা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।

Body:দুৰ্ঘটনা সংঘটিত হোৱা হিৰো গ্লেমাৰ বাইকখনৰ নম্বৰ AS 01DQ4625 । নিহত যুৱক দুজন সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰীৰ ক্ৰমে বিজু আলী- (২২) আৰু ৰহিম আলী- (২৪)বুলি জানিব পৰা গৈছে ।

স্থানীয় ৰাইজৰ সহায়ত আৰু তাৰাবাৰী আৰক্ষীৰ সহাযোগত চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও ঘটনাস্থলীতে মৃত বুলি ঘোষণা কৰে চিকিৎসক আব্দুল মতিনে ।মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ লৈ প্ৰেৰণ কৰা হয় ।

Conclusion:--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.