ETV Bharat / state

কেন্দ্ৰীয় গৃহমন্ত্ৰী বানৰ সময়ত অসমলৈ আহিব লাগিছিলঃ আব্দুল খালেক

ৰাজ্যৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ ৷ লগতে এই সময়ত সকলোৱে ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে

কেন্দ্রীয় গৃহমন্ত্ৰী বান পানী সময়ত অসমলৈ আহিব লাগিছিলঃ আব্দুল খালেক
author img

By

Published : Jul 28, 2019, 8:39 PM IST

Updated : Jul 28, 2019, 11:18 PM IST

গুৱাহাটী, 28 জুলাইঃ

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আব্দুল খালেকৰ মন্তব্য....

  • কেন্দ্ৰই বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে
  • কিন্তু ৰাষ্ট্ৰীয় সমস্যা বাদেই দিয়ক,আজিলৈ কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰীহে আহিল,বাকী কোনো নাহিল কেন্দ্ৰৰ পৰা
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী বানৰ সময়ত অসমলৈ আহিব লাগিছিল
  • তেখেতলৈ মোৰ আহ্বান যাতে এতিয়াও কেন্দ্ৰীয় গৃহ মন্ত্ৰী এবাৰ অসমলৈ আহে
    কেন্দ্রীয় গৃহমন্ত্ৰী বান পানী সময়ত অসমলৈ আহিব লাগিছিলঃ আব্দুল খালেক

দুলু আহমেদৰ ফেচবুক সম্পৰ্কেও মন্তব্য আব্দুল খালেকৰ...

  • মই নাভাবো ৰকিবুল হুছেইন গড় হত্যাৰ লগত জড়িত
  • দুলু আহমেদে কৰা মন্তব্যৰ বিৰুদ্ধে মই জ্ঞাত নহয়
  • আমি সকলোৱে এতিয়া ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন

Intro:বানপানী সম্পৰ্কত আব্দুল খালেকৰ মন্তব্য

কেন্দ্ৰই বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে

কিন্তু ৰাষ্ট্ৰীয় সমস্যা বাদে দিয়ক,আজিলৈ কেৱল কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰীহে আহিল,বাকী কোন নাহিল কেন্দ্ৰৰ পৰা

কেন্দ্রীয় গৃহমন্ত্ৰী বান পানী সময়ত অসমলৈ আহিব লাগিছিল

তেখেতলৈ মোৰ আহ্বান যাতে এতিয়াও কেন্দ্ৰীয় গৃহ মন্ত্ৰী এবাৰ অসমলৈ আহে
Body:দুলু আহবেদৰ ফেচবুক সম্পৰ্কেও মন্তব্য আব্দুল খালেকৰ ই নাভাবো ৰকিবুল হুছেইন গড় হত্যাৰ লগত জড়িত

দুলু আহমেদে কৰা মন্তব্যৰ বিৰুদ্ধে মই জ্ঞাত নহয়

Conclusion:আমি সকলোৱে এতিয়া ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন
Last Updated : Jul 28, 2019, 11:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.