ETV Bharat / state

20 মে'ৰ পাচত হিমন্ত কংগ্ৰেছত অহাৰ চেষ্টা কৰিব : আব্দুল খালেক - হিমন্ত

বিজেপিৰ এ আই ইউ ডি এফৰ লগত মিত্ৰতা থকাৰ অভিযোগ বৰপেটাৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকৰ ৷ এ আই ডি এফক বিজেপিৰ এজেন্ট আৰু ব্লেক মেইলাৰ পাৰ্টী বুলিও আখ্যা দিয়ে খালেকে ৷

কলগাছিয়াত উপস্থিত কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেক
author img

By

Published : Apr 2, 2019, 10:31 AM IST

বৰপেটা 02 এপ্ৰিল : "20 মে'ৰ পাচত হিমন্ত কংগ্ৰেছত অহাৰ চেষ্টা কৰিব কিয়নো হিমন্ত ক্ষমতালোভী লোক "৷ সোমবাৰে কলগাছিয়াৰ এখন সভাত বৰপেটাৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকে এনেদৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ৷

কলগাছিয়াত উপস্থিত কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেক

সোমবাৰে কলগাছিয়াত অনুষ্ঠিত হোৱা জনিয়া যুৱ কংগ্ৰেছৰ এখন সভাত 6 নং বৰপেটা লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত হৈ অভিযোগ কৰে যে বিজেপিৰ এ আই ডি এফৰ লগত গোপন মিত্ৰতা আছে ৷ তদুপৰি এ আই ডি এফক বিজেপিৰ এজেন্ট আৰু ব্লেক মেইলাৰ পাৰ্টী বুলিও আখ্যা দিয়ে খালেকে৷কংগ্ৰেছী প্ৰাৰ্থীজনে অভিযোগ কৰে যে আজমলৰ হিমন্তৰ লগত যোগাযোগ আছে আৰু হিমন্ত আজমলৰ বছ । উল্লেখ্য যে এই সভাত আব্দুল খালেকৰ লগত বিধায়ক শুকুৰ আলী, জাকিৰ হুছেইন সিকদাৰ, শ্বেৰমান আলী, আব্দুল হাই নাগৰিকে ধৰি কেইবাজনো কংগ্ৰেছী নেতা উপস্থিত থাকে ৷

Slug:    A_BAR_2APRIL_801TO804_ABDUL_KHALEK_VIS+BITE_BAPKAN_DAS                                          
 ২০ মে'ৰ পিছত হিমন্ত কংগ্ৰেছত অহাৰ চেষ্টা কৰিব: আব্দুল খালেক

বৰপেটা ২ এপ্ৰিল : ২০ মে'ৰ পিছত হিমন্ত কংগ্ৰেছত অহাৰ চেষ্টা কৰিব, কাৰণ হিমন্ত ক্ষমতালোভী লোক। হিমন্ত আৰু আজমল অসমৰ শত্ৰু। আজি কলগাছিয়াৰ  এখন সভাত বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে।
 
 আমি হলো বিজেপিৰ মূল প্ৰতিদ্বন্দী, ILU ILU আমাৰ লগত কেনেকৈ থাকে। বিজেপিৰ লগত ILU ILU AIUDF ৰ আছে। AIUDF বিজেপিৰ এজেন্ট আৰু ব্লেক মেইল পাৰ্টি সেই কথা ইতিমধ্যেই স্পষ্ট হৈছে। আজি ৬ নং বৰপেটা লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে কলগাছিয়াত অনুষ্ঠিত হোৱা জনীয়া যুৱ কংগ্ৰেছৰ এখন সভাত উপস্থিত হৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত আজমলে কৰা ILU ILU ৰ প্ৰতিক্ৰিয়া হিচাপে এই মন্তব্য কৰে। ইফালে আজমলে বৰপেটা আৰু ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিমন্তৰ প্ৰাৰ্থী বুলি কৰা মন্তব্য সন্দৰ্ভত খালেকে বিৰোধিতা কৰি কয় যে, হিমন্তৰ লগত আজমলৰহে যোগাযোগ আছে, হিমন্ত আজমলৰহে বছ। আমি যদি হিমন্তৰ লগত থাকিলোঁহেঁতেন, তেন্তে কংগ্ৰেছৰ লগত নাথাকি বিজেপিত থাকি বিভাজনৰ ৰাজনীতি কৰিলোঁহেঁতেন আৰু হিমন্ত আৰু আজমল দুয়োজনেই অসমৰ শত্ৰু বুলি মন্তব্য কৰে খালেকে। হিমন্ত ক্ষমতাত থকা লোক, ক্ষমতা জিপিনে থাকে আজমলো সেইপিনে থাকে। ২০ মে'ৰ পিছত হিমন্তই পুনৰ কংগ্ৰেছত অহাৰ চেষ্টা কৰিব। আজমলৰ মিত্ৰতাৰ নাটকো হিমন্তৰ স্ক্ৰীপ্ট আৰু এতিয়া কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছে সেইকাৰণে ভোট অকংগ্ৰেছী দলক ভোট দিব লাগে বুলিও  নাটক কৰি আছে। ইয়াতে বুজা যায় আজমল বিজেপিৰ এজেন্ট। লগতে আজমলৰ ৰিমট কোনট্ৰল যে হিমন্ত সেই কথা সকলোৱে জানে। এই এই সভাত আব্দুল খালেকৰ লগত উপস্থিত থাকে বিধায়ক শুকুৰ আলী, জাকিৰ হুছেইন সিকদাৰ, শ্বেৰমান আলী, আব্দুল হাই নাগৰিকে ধৰি কেইবাজনো কংগ্ৰেছী নেতা। 
বাইট: আব্দুল খালেক, কংগ্ৰেছ প্ৰাৰ্থী।                            
 --- বাপকন দাস, বৰপেটা             

  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.