পাঠশালা ,১৭মে: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল বজালী মহকুমাৰ দুই দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে ৷ বজালীৰ ভালাগুৰি হাইস্কুলৰ ছাত্ৰ তথা মেচপাৰা গাঁৱৰ এজন ঠেলা চালকৰ পুত্ৰ ছাইনুদ্দিন আহমেদে 91.3% নম্বৰ আৰু পাঠশালা শিক্ষা জ্যোতি আদৰ্শ বিদ্যা নিকেতনৰ ছাত্ৰী আফৰিনা পাৰবীনে 90% নং লাভ কৰিছে ৷ দুই শিক্ষাৰ্থীৰ সমস্ত দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ৰণজিৎ ডেকা ৷
আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ দায়িত্ব ল'ব আনন্দৰাম বৰুৱা একাডেমীয়ে - ইটিভি ভাৰত
বজালীৰ ভালাগুৰি হাইস্কুলৰ ছাত্ৰ তথা মেচপাৰা গাঁৱৰ এজন ঠেলা চালকৰ পুত্ৰ ছাইনুদ্দিন আহমেদে 91.3% নম্বৰ আৰু পাঠশালা শিক্ষা জ্যোতি আদৰ্শ বিদ্যা নিকেতনৰ ছাত্ৰী আফৰিনা পাৰবীনে 90% নং লাভ কৰিছে ৷
AANANDARAM BARUAH ACADEMY
পাঠশালা ,১৭মে: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল বজালী মহকুমাৰ দুই দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে ৷ বজালীৰ ভালাগুৰি হাইস্কুলৰ ছাত্ৰ তথা মেচপাৰা গাঁৱৰ এজন ঠেলা চালকৰ পুত্ৰ ছাইনুদ্দিন আহমেদে 91.3% নম্বৰ আৰু পাঠশালা শিক্ষা জ্যোতি আদৰ্শ বিদ্যা নিকেতনৰ ছাত্ৰী আফৰিনা পাৰবীনে 90% নং লাভ কৰিছে ৷ দুই শিক্ষাৰ্থীৰ সমস্ত দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ৰণজিৎ ডেকা ৷
Intro:Pathsala ranjit deka's help
বজালী ৰ দুখীয়া শিক্ষাৰ্থীৰ দায়িত্ব লবলৈ আগবাঢ়িছে আনন্দৰাম বৰুৱা একাডেমীয়ে ll
ETV Bharat Assam ৰ বাতৰিত প্ৰতিক্ৰিয়াBody:Pathsala ranjit deka's help
পাঠশালা ১৭মে: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালী মহকুমাৰ দুই দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ চমক প্ৰদ ফলাফলৰ খবৰ সম্প্ৰচাৰ কৰা হৈছিল ETV Bharat assam l বজালীৰ ভালাগুৰি হাইস্কুলৰ ছাত্ৰ তথা মেচপাৰা গাঁৱৰ এজন দুখীয়া ঠেলা চালকৰ পুত্ৰ sainuddin ahmed এ 91.3% নম্বৰ লাভ কৰা আৰু পাঠশালাৰ সমীপৰ ফিংগুৱা ৰ তথা পাঠশালা শিক্ষা জ্যোতি আদৰ্শ বিদ্যা নিকেতন ৰ ছাত্ৰী afrina parbin এ 90% নং লাভ কৰা বাতৰি অামি সম্প্ৰচাৰ কৰিছিলো l দুই শিক্ষাৰ্থীৰ জীৱন সংগ্ৰাম অাৰু দৰিদ্ৰতা দেখি এতিয়া তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত সমস্ত দায়িত্ব লবলৈ আগবাঢ়ি আহিছে পাঠশালা ৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ৰণজিৎ ডেকাই লগতে ETV Bharat assam k ধন্যবাদ জ্ঞাপন কৰিছে ডেকাই।
Conclusion:বাইট - ৰেক্টৰ ৰণজিৎ ডেকা
ভিডিঅ'-১
ফটো ২
ডিম্পল তালুকদাৰ
পাটাছাৰকুচি সমষ্টি।